• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন বছৰত পুনৰ চীনৰ সেনাক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ দিলে ঝি জিনপিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2021 2:29 pm
China president Xi_Jinping
306
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকটৰ সমান্তৰাল ভাবে চীনৰ শতাধিক এপ নিষিদ্ধ কৰাকলৈ ভাৰতৰ সৈতে চীনৰ ব্যৱধান ক্ৰমাৎ বাঢ়ি গৈছে।

এনে সময়তে ভাৰতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে পুনৰ দেশ খনৰ সেনাক যুদ্ধৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে।

ছাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশিতি বাতৰি অনুসৰি চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে সেনা বাহিনীৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি এই নিৰ্দেশ দিয়ে।

উল্লেখ্য লাডাখ সংকট চলি থকাৰ মাজতে  যোৱা বছৰতো চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দেশ খনৰ সেনাক সামৰিক সামৰ্থ্য বৃদ্ধিৰ লগতে শত্ৰু পক্ষক পৰাভূত কৰিব পৰাকৈ যুদ্ধৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছিল।

চেণ্ট্ৰেল মিলিটেৰী কমিছনৰ এখন বৈঠকত অংশগ্ৰহণ কৰি জিনপিঙে কৈছিল যে ভাৰতে বাৰম্বাৰ চীনৰ এপ নিষিদ্ধ কৰি বিশ্ব বাণিজ্য সংস্থাৰ নীতিকে উলংঘা কৰি আহিছে।

ভাৰতৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত চীনে সদায় শান্তিপূৰ্ণ পন্থাত বিশ্বাস কৰে বুলি উল্লেখ কৰি জিনপিঙে কৈছিল যে ভাৰতে চীনৰ কোম্পানীসমূহৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বিধি মানি চলিলেহে দুয়ো খন দেশৰ সম্পৰ্ক মজবুত হৈ থাকিব।

মূলতঃ দেশৰ সাৰ্বভৌমত্ত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা  বিভিন্ন ধৰণৰ বিষয়বস্তু সন্নিবিষ্ট হোৱা বুলি কাৰণ দৰ্শাই ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই মোবাইল এপ কেইটা দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে ২০২০ চনৰ ২৯ জুলাইত ৫৯ টা মোবাইল এপ আৰু ২০২০ চনত ১১৮ টা মোবাইল এপ দেশত নিষিদ্ধ কৰিছিল। নতুন বছৰত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাত দুয়ো খন দেশৰ মাজত যে সহজে শান্তি প্ৰতিষ্ঠা নহ’ব তাৰেই ইংগিত দিছে।

Recent News

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd