• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাও বুৰিলেও টিঙৰ পৰা নানামে; পুনৰ উত্তৰ কোৰিয়াৰ সামৰিক শক্তি বৃদ্ধিৰ যো-জা কিম জঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2021 8:55 am
north-korea-3-750x375-1

ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰিমৰা অৰ্থনীতিৰ অৱস্থাৰ মাজত জনসাধাৰণে ককবকাইছে। দেশখনৰ শাসকীয় ওৱাৰ্কাৰ্ছ পাৰ্টিৰ অনুষ্ঠানত নিজৰ ব্যৰ্থতাৰ কথাও স্বীকাৰ কৰিছে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে।

কৰ’না মহামাৰীৰ প্ৰভাৱতো দেশখনৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সম্ৰাটৰ স্বীকাৰোক্তিৰ পাছত স্বাভাৱিকতে চিন্তিত হৈ পৰা জনসাধাৰণক আচৰিত কৰি তুলি দেশখনৰ সামৰিক শক্তি বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে কিমে।

Apply Now

নেতাগৰাকীয়ে ইতিমধ্যে সেনা বিষয়াসকলক এই সন্দৰ্ভত ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশো দিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিম জঙৰ এনে পদক্ষেপৰ কথা পোহৰলৈ অহাৰ পাছতে বিশ্ব ৰাজনীতিত পুনৰ নতুন উত্তেজনাৰ সৃষ্টি হৈছে।

বিগত কেইবছৰত ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত আমেৰিকা আৰু উত্তৰ কোৰিয়া বহুখিনি কাষ চাপি আহিছিল। বাকযুদ্ধৰ মাজতে দুয়োপক্ষৰ ঘনিষ্ঠতাও বৃদ্ধি পাইছিলযদিও তাত একো ফল ধৰা নাছিল।

দুয়ো দেশৰ মাজত হোৱা আলোচনাত সফল নহ’লেও বা কোনো বুজাবুজিত উপনীত নহ’ল যদিও কোনো পক্ষই আন পক্ষৰ বিৰুদ্ধে কটুক্তি কৰা নাছিল।

পৰিস্থিতি বৰ্তমান সলনি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পথত জো বিডেন।

বিশেষজ্ঞসকলৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এখন বিতৰ্কিত সভাত ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে কিমক ‘গুণ্ডা’ বুলি উল্লেখ কৰিছিল। সেইদৰে, ইয়াৰ প্ৰত্যুত্তৰত পিয়ংইয়ঙে বিডেনক ‘পগলা কুকুৰ’ বুলি অভিহিত কৰে।

এতিয়া জো বিডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ আগবঢ়াৰ সময়ত চিন্তিত হৈ পৰিছে কিম জং উন। সেয়েহে, সামৰিক শক্তি বৃদ্ধিৰ কথা কৈ হোৱাইট হাউছৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে।

অৱশ্যে, কিমে এইবাৰ পৰমানু শক্তি বৃদ্ধিৰ পৰিৱৰ্তে কেবল সামৰিক শ্কতি বৃদ্ধিৰ কথাহে কৈছে। বিশেষজ্ঞসকলৰ ধাৰণা ইয়াৰ দ্বাৰা কিমে বিডেনক ভয় কৰিছে বুলিয়েই অনুমান কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd