• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকেশ আম্বানিৰ বেয়া দিন! ধনকুবেৰৰ তালিকাৰ আৰু তললৈ নামিল ৰিলায়েন্সৰ গৰাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 2:07 pm
Mukesh-Ambani-Picture-750x375

মুকেশ আম্বানি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুকেশ আম্বানিৰ বেয়া দিন আঁতৰা নাই। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ হেৰুওৱাৰ পাছত এইবাৰ বিশ্বৰ শীৰ্ষ ধনকুবেৰৰ তালিকাত আৰু অৱনতি ঘটিল আম্বানিৰ স্থান।

কিছুদিন পূৰ্বে ব্লুমবাৰ্গৰ তালিকাৰ শীৰ্শ দহটা স্থানৰ পৰা আঁতৰি এঘাৰ নম্বৰ স্থানলৈ অৱনতি ঘটনা আম্বানি এইবাৰ তেৰ নম্বৰ স্থানলৈ নামিল।

Apply Now

বৰ্তমান আম্বানিৰ মুঠ সম্পত্তিৰ মূল্য ৭৩.৪ বিলিয়ন ডলাৰ। ভাৰতীয় হিচাপত এই মূল্য হৈছে ৫.৩৬লাখ কোটি টকা।

যোৱা বছৰৰ আৰম্ভণিত এই পৰিমান আছিল ৯০ বিলিয়ন ডলাৰ অৰ্থাৎ ৬.৬২লাখ কোটি টকা। সেই হিচাপে যোৱা এবছৰত মুঠ সম্পত্তিৰ পৰিমান ১লাখ কোটি টকাৰো অধিক হ্ৰাস পাইছে।

হঠাতে কিয় মুকেশ আম্বানিৰ এনে অৱস্থা হ’ল? যোৱা আগষ্ট মাহতো তেওঁ ব্লুমবাৰ্গৰ তালিকাৰ চাৰি নম্বৰ স্থানত আছিল। মাত্ৰ কেইমাহতে বহু তললৈ নামি যাৱলগীয়া হ’ল মুকেশ আম্বানি।

দৰাচলতে যোৱা তিনি মাহত ৰিলায়েন্সৰ শ্বেয়াৰ হুৰাহুৰে নামি গৈছে। সেয়েহে, আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমানো হ্ৰাস পাইছে।

যোৱা আগষ্টত ২৪,৭১৩ কোটি টকাৰ বিনিময়ত ‘ফিউচাৰ গ্ৰুপ’ৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায় তথা লজিষ্টিক আৰু ৱেৰহাউছিং ব্যৱসায় ৰিলায়েন্সে ক্ৰয় কৰিছিল। সেই সময়ত সংস্থাটোৰ শ্বেয়াৰ মূল্য শীৰ্ষত আছিল।

ইয়াৰ পৰা সংস্থাৰ ১৮.৩শতাংশ শ্বেয়াৰ অংকৰ অৱনতি ঘটিছে। ইয়াৰ আঁৰত আছে আমেৰিকাৰ ই-কমাৰ্ছ সংস্থা এমাজনৰ সৈতে ৰিলায়েন্সৰ ব্যৱসায়িক সংঘাত।

ৰিলায়েন্সৰ সৈতে ফিউচাৰ গ্ৰুপৰ চুক্তিক লৈ এমাজনৰ আপত্তি আছে। যোৱা বছৰেই ‘ফিউচাৰ কুপনছ’ত প্ৰায় ২০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে সংস্থাটোৱে। এনে পৰিস্থিতিত ফিউচাৰ গ্ৰুপে ৰিলায়েন্সক সকলো সম্পত্তি বিক্ৰী কৰি দিয়াৰ বাবেই এমাজনৰ আপত্তি।

এনে বিবাদ-প্ৰতিবাদৰ মাজতেই আম্বানিৰ ৰিলায়েন্সৰ শ্বেয়াৰ মূল্য হ্ৰাস পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd