• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 16, 2021 6:27 pm
IMG-20210114-WA0012
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোগালী বিহুৰ দিনা কাকো দুখ নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে বৈচিত্ৰময় মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰত ১৩ জানুৱাৰী বিয়লি প্ৰায় ৪ বজাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি সভাত ভাষণ প্ৰসংগত কয় যে, অসমৰ বৰাক ব্ৰক্ষ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী লোকৰ ঐক্য সম্প্ৰতিৰ বাবেই বাবে অসমত শান্তি প্ৰতিষ্ঠা হৈছে৷

Apply Now

অসমৰ সকলোবোৰ সৰু বৰ জাতি জনজাতিয়ে মিলি বৰ অসম প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ মেজিৰ জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত দেশজুৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প গ্ৰহন কৰা হৈছে৷ আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ হ’লে আমি আত্মনিৰ্ভৰ অসম গঢ়িব লাগিব৷

আমাৰ সাৰুৱা মাটিৰ উৎপাদন বৃদ্ধি কৰি উপাৰ্জন দুই তিনিগুনলৈ বৃদ্ধি কৰিব লাগিব৷ যোৱা চাৰে চাৰি বছৰত  ধান উৎপাদনত অসমে অভিলেষ গঢ়িবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইসকল কৃষকক উৎসাহ দিয়াৰ অৰ্থে ৰাজ্য চৰকাৰে চাউলৰ ন্যূনতম মূল্য প্ৰদান কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

এই উদ্দেশ্যে ভাৰতীয় খাদ্য নিগমক অসম চৰকাৰে প্ৰতিটো ব্লকত ধান ক্ৰয় কৰাৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি আমাৰ কৃষকক প্ৰতিকুইণ্টল ধানৰ বাবদ ১৮ শ ৬৮ টকা প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক মাকাম খ্যাত ঔপন্যাসিকা ড° ৰীতা চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধ্যাপক ড° সুৰজিত বৰকটকীৰ লগতে ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, সুৰেন ফুকন, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, বিজেপিৰ ৰাজ্যিক উপঃ সভাপতি পুলক গোহাই, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ লক্ষ্য কোঁ‌ৱৰ আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা।

দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা আলুবাৰী ৰাজখোৱা পথাৰত আৰম্ভ হোৱা ভোগালী উৎসৱৰ ২০২১ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্ধোধন কৰাৰ পাছত নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী হাৰ্টথৰ্ব জুবিন গাৰ্গে গীতৰ শৰাই আগবঢ়ায়।

ইয়াৰ উপৰিও কণ্ঠশিল্পী দেৱজিৎ বৰা, কৌতুক শিল্পী কেকে আৰু মোহনেও নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠান পৰিৱেশন কৰে।

উল্লেখ্য যে ভোগালী উৎসৱৰ লগত ৰাখি মুকলি সভাত বহুকেইগৰাকী লোকক সম্বৰ্ধনা দিবৰ বাবে আমন্ত্ৰিত কৰিছিল যদিও পুৱাৰে পৰা আমন্ত্ৰিত সম্বৰ্ধনা লাভ কৰিব লগা ব্যক্তিসকলে অপেক্ষা কৰি কৰি মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ অন্তত উদ্যোগতাসকলে সম্বৰ্ধনা দিবলৈ লোৱাৰ সময়ত কেৱল মাত্ৰ ৩০শতাংশ সম্বৰ্ধনা লাভ কৰিব লগা বয়োজ্যেষ্ঠ লোক উপস্থিত থকা বিষয়টোৱে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত বিশেষ ভাৱে চৰ্চা লাভ কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd