• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 16, 2021 6:27 pm
IMG-20210114-WA0012
222
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোগালী বিহুৰ দিনা কাকো দুখ নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে বৈচিত্ৰময় মাৰ্ঘেৰিটাৰ ৰাজখোৱা পথাৰত ১৩ জানুৱাৰী বিয়লি প্ৰায় ৪ বজাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি সভাত ভাষণ প্ৰসংগত কয় যে, অসমৰ বৰাক ব্ৰক্ষ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী লোকৰ ঐক্য সম্প্ৰতিৰ বাবেই বাবে অসমত শান্তি প্ৰতিষ্ঠা হৈছে৷

অসমৰ সকলোবোৰ সৰু বৰ জাতি জনজাতিয়ে মিলি বৰ অসম প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ মেজিৰ জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত দেশজুৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প গ্ৰহন কৰা হৈছে৷ আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ হ’লে আমি আত্মনিৰ্ভৰ অসম গঢ়িব লাগিব৷

আমাৰ সাৰুৱা মাটিৰ উৎপাদন বৃদ্ধি কৰি উপাৰ্জন দুই তিনিগুনলৈ বৃদ্ধি কৰিব লাগিব৷ যোৱা চাৰে চাৰি বছৰত  ধান উৎপাদনত অসমে অভিলেষ গঢ়িবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইসকল কৃষকক উৎসাহ দিয়াৰ অৰ্থে ৰাজ্য চৰকাৰে চাউলৰ ন্যূনতম মূল্য প্ৰদান কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

এই উদ্দেশ্যে ভাৰতীয় খাদ্য নিগমক অসম চৰকাৰে প্ৰতিটো ব্লকত ধান ক্ৰয় কৰাৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি আমাৰ কৃষকক প্ৰতিকুইণ্টল ধানৰ বাবদ ১৮ শ ৬৮ টকা প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক মাকাম খ্যাত ঔপন্যাসিকা ড° ৰীতা চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধ্যাপক ড° সুৰজিত বৰকটকীৰ লগতে ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, সুৰেন ফুকন, বলিন চেতিয়া, ভাস্কৰ শৰ্মা, বিজেপিৰ ৰাজ্যিক উপঃ সভাপতি পুলক গোহাই, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ লক্ষ্য কোঁ‌ৱৰ আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা।

দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা আলুবাৰী ৰাজখোৱা পথাৰত আৰম্ভ হোৱা ভোগালী উৎসৱৰ ২০২১ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্ধোধন কৰাৰ পাছত নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী হাৰ্টথৰ্ব জুবিন গাৰ্গে গীতৰ শৰাই আগবঢ়ায়।

ইয়াৰ উপৰিও কণ্ঠশিল্পী দেৱজিৎ বৰা, কৌতুক শিল্পী কেকে আৰু মোহনেও নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠান পৰিৱেশন কৰে।

উল্লেখ্য যে ভোগালী উৎসৱৰ লগত ৰাখি মুকলি সভাত বহুকেইগৰাকী লোকক সম্বৰ্ধনা দিবৰ বাবে আমন্ত্ৰিত কৰিছিল যদিও পুৱাৰে পৰা আমন্ত্ৰিত সম্বৰ্ধনা লাভ কৰিব লগা ব্যক্তিসকলে অপেক্ষা কৰি কৰি মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ অন্তত উদ্যোগতাসকলে সম্বৰ্ধনা দিবলৈ লোৱাৰ সময়ত কেৱল মাত্ৰ ৩০শতাংশ সম্বৰ্ধনা লাভ কৰিব লগা বয়োজ্যেষ্ঠ লোক উপস্থিত থকা বিষয়টোৱে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত বিশেষ ভাৱে চৰ্চা লাভ কৰিছে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd