• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2021 6:11 pm
Rahul-Gandhi-Sonia-Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্মুখত পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন।

এনে সময়তো দেশৰ এটা প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছে আজিকোপতি নিৰ্বাচন কৰবি পৰা নাই এজন স্থায়ী সভাপতি।

Apply Now

পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰে পৰিচালিত কংগ্ৰেছত বহু কেইগৰাকী জ্যেষ্ঠ নেতাই স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ চিঠি লিখিও বিমুখ হ’বলগীয়া হৈছে।

এনে সময়তে আজি অনষ্ঠিত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় যে ২০২১ চনৰ জুন মাহত দলটোৱে এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কেচি বেনুগোপালে  এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চলিত বৰ্ষৰ জুন মাহত দলটোৰ এজন সভাপতি নিৰ্বাচন কৰাৰ বাবে আজি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰে।

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে কংগ্ৰেছে স্থায়ী সভাপতি নিৰ্বাচন কৰিব বুলি তেওঁ কয়।  সভাত  আনন্দ শৰ্মা,

মুকুল ৱাছনিক,গুলাম নবী আজাদ, পি চিদাম্বৰম আদি শীৰ্ষ নেতাসকল উপস্থিত থাকে।

উল্লেখ্য বিগত বৰ্ষৰ আগষ্ট মাহত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখা নেতাসকলক বেকফুটলৈ ঠেলি দি প্ৰত্যাশিতভাৱেই অন্তৱৰ্তীকালী সভাপতিৰ দায়িত্বত ছোনিয়া গান্ধীকে অধিষ্ঠিত কৰা হৈছিল।।

এই কথাত  ক্ষুব্ধ নেতাসকলে গোলাম নবী আজাদৰ ঘৰত মিলিত হৈছিল এক বৈঠকত।

বিগত বৰ্ষৰ ২০ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে দলৰ অন্তৱৰ্তী সভাপতি হিচাপে ছোনিয়া গান্ধীয়েই কাৰ্যভাৰ চলাই নিব।

কিন্তু তেওঁ নতুন এগৰাকী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

ছোনিয়া গান্ধীয়ে কৈছিল যে তেওঁ আৰু এই দায়িত্ব পালন কৰিব নিবিচাৰে। এই দায়িত্ব যাতে আন কোনোৱে গ্ৰহণ কৰে।

উল্লেখ্য যে নেতৃত্বৰ পৰিৱৰ্তন তথা দলৰ সাংগঠনিক সাল-সলনি বিচাৰি ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখন পত্ৰ লিখিছিল।

ইয়াৰ পূৰ্বে এই পত্ৰখনক লৈ কংগ্ৰেছী নেতাসকলৰ মাজত অভিযোগ-প্ৰত্যাভিযোগৰ টুইটাৰত এখন সৰু যুঁজো চলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd