• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰিলে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধনমঞ্জুৰী পত্ৰ

১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানৰ ভিতৰত শিৱসাগৰক জিলিকাই তোলা হব- সাংসদ তপন কুমাৰ গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 30, 2021 6:22 pm
IMG-20210130-WA0008
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট লোকসভা সমষ্টিৰ সংসদ তপন কুমাৰ গগৈয়ে আজি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্ময়ন পুঁজি ২০১৯-২০ আৰু ২০২০-২১ বিত্তবৰ্ষৰ ধনমঞ্জুৰী পত্ৰসমূহ আনুষ্ঠানিকভাৱে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে৷

সভাৰ আৰম্ভণিতে সাংসদ গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিন “শ্বহীদ দিৱস”ত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে৷

Apply Now

ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে, অসম দৰ্শন আঁচনিৰ অধীনত জিলাখনৰ প্ৰাচীন কীৰ্তি চিহ্ন, দৌল-দেৱালয়, মঠ-মন্দিৰ আদিলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে জিলাখনৰ নামঘৰসমূহলৈ আঢ়ৈ লাখ টকাকৈ আৰ্থিক অনুদান ইতিমধ্যে প্ৰদান কৰা হৈছে৷

তেওঁ অৱগত কৰে যে, ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ২০১৯-২০ বিত্ত বৰ্ষৰ বাবে ৩৮ টা আঁচনিৰ বিপৰীতে ৯৯.৭০ লাখ টকা আৰু ২০২০-২১ বিত্তবৰ্ষৰ বাবে ১৭ টা আঁচনিৰ বিপৰীতে ৫৬ লাখ টকাৰ অনুমোদন জনোৱা হৈছে৷

 সভাত ইয়াৰে ৪৬ খন আঁচনিৰ বিপৰীতে ধনমঞ্জুৰী পত্ৰ প্ৰদান কৰা হয়৷ সভাত সাংসদগৰাকীয়ে প্ৰয়াত বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত উন্নয়নৰ স্বাৰ্থত চৰকাৰে তেখেতক সমষ্টিৰ দায়িত্ব প্ৰদান কৰা বুলি অৱগত কৰে৷

 সাংসদ গৰাকীয়ে জনায় যে, হিতাধিকাৰী সকলে প্ৰথম কিস্তিত নিৰ্ধাৰিত পুঁজিৰ ৭৫ শতাংশ বেংক একাউন্টযোগে লাভ কৰিব আৰু বাকী ২৫ শতাংশ ব্যৱহাৰিক প্ৰমাণপত্ৰ তথা যাৱতীয় নথি দাখিল কৰাৰ অন্তত দ্বিতীয় কিস্তিত লাভ কৰিব৷ তেখেতে যিসমূহ সমিতিয়ে সমিতিৰ তথ্যসমুহ প্ৰদান কৰা নাই সেইসমূহ কমিটিক তথ্যসমূহ অনুমোদনৰ বাবে প্ৰদান কৰাৰ লগতে বেংক একাউন্ট নোখোলা কমিটিসমূহক অনতিপলমে বেংক একাউন্ট খোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

সাংসদগৰাকীয়ে পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পূৰ্বে নিৰ্ধাৰিত আঁচনিৰ কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্মাণ সমিতিসমূহক আহ্বান জনায়৷ সাংসদগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিৱসাগৰ বিধানসভা সমষ্টিক ৰাজ্যৰ ১২৬ টা সমষ্টিৰ প্ৰথম ৫ টা স্থানত জিলিকাই তোলা হ’ব বুলি জনায়৷

আজিৰ সভাত  শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই সকলো নিৰ্মাণ সমিতিক যাৱতীয় কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগত মান বজাই ৰাখি সম্পন্ন কৰিবলৈ আহ্বান জনায়৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে৷

আজিৰ সভাত নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট সমাজসেৱী সুৰভী ৰাজকোঁৱৰী আৰু ভৱেন মহন উপস্থিত থাকে৷

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd