• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত ড্ৰাগছৰ ৰমৰমীয়া বেহা : ড্ৰাগছ সেৱন কৰি প্ৰাণ গ’ল এজন যুৱকৰ; ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

নীলমনি শৰ্মা by নীলমনি শৰ্মা
January 31, 2021 4:27 pm
IMG_20210131_155118
248
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান দ্বিতীয় খণ্ডৰ জাহিদুল ইছলাম(বিকি) নামৰ যুৱক এজনৰ কালি মৃত্যু হোৱা ঘটনাৰ পিছতে উদ্ঘাটন হৈছে এক ভয়ংকৰ তথ্য৷

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি জাহিদুল ইছলাম(বিকি)ৰ মৃত্যুৰ কাৰণ হ’ল ড্ৰাগছ৷

অভিযোগ অনুসৰি বহিঃৰাজ্যৰ একাংশ লোকে কৃষ্ণাই বজাৰত ঘৰ ভাৰা কৰি এই ব্যৱসায় চলাই আহিছে৷

ঘটনাৰ বিৱৰণীত প্ৰকাশ যে পাইকান দ্বিতীয় খণ্ডৰ প্ৰয়াত কুদৰত আলীৰ পুত্ৰ জাহিদুল ইছলাম(বিকি)য়ে কালি সন্ধিয়া ৰন্ধন গেছ অনাৰ বাবে কৃষ্ণাই গান্ধী নগৰৰ মণিষা নামৰ লোক জনৰ ঘৰত ভাৰা থকা ছাহেৱ শ্বেখৰ ওচৰলৈ যায়৷

পৰিয়ালৰ লোকৰ মতে এই ছাহেৱ শ্বেখৰ ঘৰ পশ্চিম বংগৰ মুৰ্শিদাবাদত৷ গেছ আনিবলৈ অহা জাহিদুল ইছলাম(বিকি) দীৰ্ঘ সময় ঘূৰি নহাত পৰিয়ালৰ লোকে ছাহেব শ্বেখৰ ওচৰলৈ গৈ খবৰ কৰাত এটা কোঠাত জাহিদুল ইছলাম(বিকি) থকা বুলি জানিব পাৰে।

ইফালে কোঠাটোত বাহিৰৰ পৰা তলা বন্ধ কৰি থোৱা আছিল৷এই ঘটনাৰ বাবে পৰিয়ালৰ লোকে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাত ছাহেব শ্বেখে তলা খুলি দিয়ে আৰু পৰিয়ালৰ আগত নিছাৰ টেবলেট খোৱা বুলি কৈ এক /ডেৰ ঘন্টা পিছত জাহিদুল ভালহৈ যাব বুলি অভয় দান কৰে৷

অৱশেষত অতি সংকট জনক অৱস্থাত জাহিদুল ইছলাম(বিকি)ক তাৰ পৰা উদ্ধাৰ কৰি প্ৰথমে গোৱালপাৰা আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত মৃত্যুক সাৱতি লয়৷

এই ঘটনাই কৃষ্ণাই অঞ্চলত তীব্ৰ উ্ত্তেজনাৰ সৃষ্টি কৰিছে৷

পৰিয়ালে অভিযোগ কৰা কথাটো যদি সঁচা হয়, তেন্তে প্ৰশ্ন উত্থাপন হৈছে যে কৃষ্ণাই আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছ জাতীয় টেবলেটৰ ৰমৰমীয়া বেহা কেনেকৈ চলিবলৈ পাইছে?

ইফালে ঘটনাৰ সন্দৰ্ভত পৰিয়ালোৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছাহেব শ্বেখ, মতিয়ৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷

শেহতীয়াকৈ পোহৰলৈ অহা এই ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ সন্দৰ্ভত আশ্বৰ্য প্ৰকাশ কৰি কৃষ্ণাই সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক আব্দুল হাই আহমেদে৷

আনহাতে পৰিয়ালৰ লোকে শীঘ্ৰে এনে ব্যৱসায়ত জড়িত সকলোৰে বিৰুদ্ধে কোঠৰ শাস্তি প্ৰদানৰ লগতে জাহিদুল ইছলাম( বিকি) হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবী জনাইছে৷

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd