• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষ্ণাইত ড্ৰাগছৰ ৰমৰমীয়া বেহা : ড্ৰাগছ সেৱন কৰি প্ৰাণ গ’ল এজন যুৱকৰ; ৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

নীলমনি শৰ্মা by নীলমনি শৰ্মা
January 31, 2021 4:27 pm
IMG_20210131_155118
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান দ্বিতীয় খণ্ডৰ জাহিদুল ইছলাম(বিকি) নামৰ যুৱক এজনৰ কালি মৃত্যু হোৱা ঘটনাৰ পিছতে উদ্ঘাটন হৈছে এক ভয়ংকৰ তথ্য৷

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি জাহিদুল ইছলাম(বিকি)ৰ মৃত্যুৰ কাৰণ হ’ল ড্ৰাগছ৷

Apply Now

অভিযোগ অনুসৰি বহিঃৰাজ্যৰ একাংশ লোকে কৃষ্ণাই বজাৰত ঘৰ ভাৰা কৰি এই ব্যৱসায় চলাই আহিছে৷

ঘটনাৰ বিৱৰণীত প্ৰকাশ যে পাইকান দ্বিতীয় খণ্ডৰ প্ৰয়াত কুদৰত আলীৰ পুত্ৰ জাহিদুল ইছলাম(বিকি)য়ে কালি সন্ধিয়া ৰন্ধন গেছ অনাৰ বাবে কৃষ্ণাই গান্ধী নগৰৰ মণিষা নামৰ লোক জনৰ ঘৰত ভাৰা থকা ছাহেৱ শ্বেখৰ ওচৰলৈ যায়৷

পৰিয়ালৰ লোকৰ মতে এই ছাহেৱ শ্বেখৰ ঘৰ পশ্চিম বংগৰ মুৰ্শিদাবাদত৷ গেছ আনিবলৈ অহা জাহিদুল ইছলাম(বিকি) দীৰ্ঘ সময় ঘূৰি নহাত পৰিয়ালৰ লোকে ছাহেব শ্বেখৰ ওচৰলৈ গৈ খবৰ কৰাত এটা কোঠাত জাহিদুল ইছলাম(বিকি) থকা বুলি জানিব পাৰে।

ইফালে কোঠাটোত বাহিৰৰ পৰা তলা বন্ধ কৰি থোৱা আছিল৷এই ঘটনাৰ বাবে পৰিয়ালৰ লোকে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাত ছাহেব শ্বেখে তলা খুলি দিয়ে আৰু পৰিয়ালৰ আগত নিছাৰ টেবলেট খোৱা বুলি কৈ এক /ডেৰ ঘন্টা পিছত জাহিদুল ভালহৈ যাব বুলি অভয় দান কৰে৷

অৱশেষত অতি সংকট জনক অৱস্থাত জাহিদুল ইছলাম(বিকি)ক তাৰ পৰা উদ্ধাৰ কৰি প্ৰথমে গোৱালপাৰা আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত মৃত্যুক সাৱতি লয়৷

এই ঘটনাই কৃষ্ণাই অঞ্চলত তীব্ৰ উ্ত্তেজনাৰ সৃষ্টি কৰিছে৷

পৰিয়ালে অভিযোগ কৰা কথাটো যদি সঁচা হয়, তেন্তে প্ৰশ্ন উত্থাপন হৈছে যে কৃষ্ণাই আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছ জাতীয় টেবলেটৰ ৰমৰমীয়া বেহা কেনেকৈ চলিবলৈ পাইছে?

ইফালে ঘটনাৰ সন্দৰ্ভত পৰিয়ালোৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছাহেব শ্বেখ, মতিয়ৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷

শেহতীয়াকৈ পোহৰলৈ অহা এই ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ সন্দৰ্ভত আশ্বৰ্য প্ৰকাশ কৰি কৃষ্ণাই সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক আব্দুল হাই আহমেদে৷

আনহাতে পৰিয়ালৰ লোকে শীঘ্ৰে এনে ব্যৱসায়ত জড়িত সকলোৰে বিৰুদ্ধে কোঠৰ শাস্তি প্ৰদানৰ লগতে জাহিদুল ইছলাম( বিকি) হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবী জনাইছে৷

নীলমনি শৰ্মা

নীলমনি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd