• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত প্ৰাক্তন বিএলটি নেতাৰ বাহগৃহত আৰক্ষীৰ তালাচী অভিযান; নেতাৰ প্ৰতিক্ৰিয়া

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 4, 2021 8:22 pm
index

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ চহৰৰ চুদেমপুৰীত আৰক্ষীৰ তালাচি অভিযান চলে। প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ অধ্যক্ষ জন’মহন মুছাহাৰীৰ বাহগৃহত কোকৰাঝাৰ আৰক্ষীয়ে তালাচী চলায়।

চহৰখনৰ ৪ নং ৱাৰ্ডৰ চুদেমপুৰীস্থিত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জন’ মহন মুছাহাৰীৰ বাহগৃহত আৰক্ষীয়ে তালাচি অভিযান অব্যাহত ৰখা সময়তে ভুক্তভোগী জন’মহনে বাহগৃহ পৰাই প্ৰকাশ কৰিলে পৰিষদৰ মুল মন্ত্ৰ।

Apply Now

পৰিষদে পুৰ্বৰ পৰাই বডোলেণ্ডত শান্তি স্থাপন, শৃংখলা স্থাপন আৰু প্ৰাক্তন বি এল টি সকলৰ গোচৰ মুক্ত তথা পুনৰ সংস্থাপন কৰা কাম কৰি আহিছে।

আৰক্ষীয়ে তালাচি চলোৱাটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে পৰিষদৰ নেতা গৰাকীয়ে।

দিনৰ ১.৩০ বজা পৰা নেতাগৰাকীৰ বাহগৃহত আৰক্ষীয়ে চলাই তালাচী অভিযান চলায়। কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাখেশ ৰোশন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বধীন আৰক্ষী দলে বুধবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নাশ্ৰাইবিলত এখন স্কৰ্পিঅ’ বাহনৰ পৰাই বৃহৎ পৰিমাণৰ অস্ত্ৰ সহ ৬জন লোকক আটক কৰা পিছতে আজি নেতাৰ বাহগৃহ আৰক্ষীয়ে তালাচী অভিযান চলায়।

তালাচীৰ পিছত আৰক্ষী অধীক্ষক ৰাখেশ ৰোশোনে সদৰী কৰা মতে তালাচীত কিছুমান সামগ্ৰী উদ্ধাৰ হৈছে যদিও কি উদ্ধাৰ হৈছে সেয়া তদন্তৰ বাবে প্ৰকাশ কৰিব নোৱাৰে বুলি কয়।

তিনি ঘন্টা ধৰি তালাচী চলাই আৰক্ষীয়ে কি উদ্ধাৰ কৰিলে সেয়া প্ৰকাশ নকৰাটো একপ্ৰকাৰ লক্ষ্যণীয় হৈ পৰিছে। নেতাৰ বাহগৃহত তালাচী চলাইছে যদিও নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।

ইপিনে,নেতাগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ বাহগৃহত চলোৱা তালাচী অভিযানত একো আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই আৰু সোণৰ অলংকাৰ, চেক বুক, আৰু দুটা এয়াৰ গানৰ বাহিৰে একো পোৱা নাই বুলি দাবী কৰে।

তেওঁ ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বাহিৰে একো নহয় বুলি কয়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd