• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিব্যাংগ ব্যক্তিৰ বাবে টয়লেটৰ সুবিধা নিশ্চিত হোৱাটো বিচাৰিছে সাংসদ আব্দুল খালেকে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 6:46 pm
Untitled-1-copy-1024x512
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে শনিবাৰে কয় যে তেওঁ দিব্যাংগ ব্যক্তিসকলৰ বাবে উপযুক্ত টয়লেটৰ সুবিধা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱৰচান্দ গেহলটৰ সৈতে কথা পাতিব।

Topcem চিমেন্টে ইয়াৰ চিআইএছৰ অংশ হিচাপে যোৱা ২৮ জানুৱাৰিত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰি আগবঢ়াইছিল।

Apply Now

দুৰ্ভাগ্যজনকভাৱে, টয়লেট ব্লকটোত দিব্যাংগ শিক্ষাৰ্থী তথা শিক্ষকৰ বাবে কোনো সুবিধা ৰখা হোৱা নাই।

সামাজিক ন্যায় আৰু সবলীকৰণৰ সংসদীয় স্থায়ী সমিতিৰ এগৰাকী সদস্য সাংসদ খালেকে কয়, এইটো ‘দুৰ্ভাগ্যজনক’ যে  Topcem চিমেন্ট কৰ্তৃপক্ষই টয়লেট ব্লকটো নিৰ্মাণ কৰোতে দিব্যাংগ লোকৰ অধিকাৰক সন্মান জনোৱা নাই।

‘’মই Topcem চিমেন্ট কৰ্তৃপক্ষক দিব্যাংগ লোকৰ অধিকাৰক সন্মান জনাবলৈ আহ্বান জনাইছো আৰু তেওঁলোকক শীঘ্ৰেই আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপযুক্ত টয়লেটৰ সুবিধা নিশ্চিত কৰিবলৈ আহ্বান জনালো,’’-খালেকে কয়।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে দিব্যাংগ লোকসকলৰ বাবে উপযুক্ত টয়লেট থকাটো বাধ্যতামূলক আৰু শৈক্ষিক প্ৰতিষ্ঠানত এয়া অতি প্ৰয়োজনীয়।

‘’যদি প্ৰয়োজন হয়, মই সামাজিক ন্যায় তথা সবলীকৰণ মন্ত্ৰ্যালয়লৈ লিখিম বা কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে কথা পাতিম,’’-খালেকে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসময়ত দিব্যাংগসকলৰ সুবিধাৰ্থে ৰাজহুৱা টয়লেটৰ বাবে অভিযান চলাইছে, Topcem চিমেন্টে দিব্যাংগ শিক্ষাৰ্থী তথা শিক্ষকসকলৰ অধিকাৰক সম্পূৰ্ণ অৱজ্ঞা কৰাটো আশ্চৰ্যজনক।

চৰাকৰে এক মৰ্যাদাসম্পন্ন জীৱন যাপনক উৎসাহিত কৰাৰ এক অৱিচ্ছেদ্য লক্ষ্য হিচাপে ড্ৰিংকিং ৱাটাৰ এণ্ড ছেনিটাইজেশ্যন বিভাগে দিব্যাংগ ব্যক্তিসকলৰ বাবেও ছেনিটেশ্যনৰ  সমান তথা উপযুক্ত সুবিধা দিয়াটো নিশ্চিত কৰিব বিচাৰিছে।

এগৰাকী দিব্যাংগৰ অধিকাৰ কৰ্মী তথা নেশ্যনেল চেন্টাৰ ফৰ প্ৰম’ছন অফ এমপ্লয়মেন্ট অফ ডিজেব’লড পিপুল’ৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে কয় যে স্কুল, লাইব্ৰেৰী, হাস্পাতালেই হওক বা কোনো ৰাজহুৱা গৃহত বিশেষভাৱে সক্ষম ব্যক্তিসকলে টয়লেটৰ সুবিধা পোৱাৰ অধিকাৰ আছে।

‘’বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইনে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সকলো সুবিধা সমানেই লাভ কৰাৰটো নিশ্চিত কৰিছে,’’ বুলি উল্লেখ কৰে আলীয়ে।

Topcem চিমেন্ট কৰ্তপক্ষক লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজৰ এটা শ্ৰেণীকোঠা (কোঠা নং ১২) ৰূপান্তৰিত কৰাৰ বাবেও জগৰীয়া কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd