• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভালৈ নে বিধানসভালৈ এইবাৰ বিশ্বজিৎ দৈমাৰী! কি ক’লে প্ৰাক্তন সাংসদ গৰাকীয়ে?

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 7, 2021 12:15 pm
Biswajit Daimari

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফ বাদ দি বিজেপিলৈ অহাৰ পিছত বিশ্বজিত দৈমাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ ফলত ৰাজ্য সভাৰ এখন আসন খালি হৈছে।

ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচন অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত পূৰ্বৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ নামো প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে।

Apply Now

এই সন্দৰ্ভত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যসভাৰ এখন আসন খালী  হৈছে আৰু সেই আসনত কোন কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইটো সময়েহে কব।

খালি হৈ থকা আসনখনত কাক প্ৰাৰ্থিত্ব দিব সেয়া সিদ্ধান্ত হোৱা নাই বুলি জানিব দি কয় যে বিজেপি দলত যিহেতু কৰ্ণ নিৰ্ধাৰণ সমিতি আছে তেওঁলোকে এই ক্ষেত্ৰত সিদ্ধান্ত লৱ। ইয়াত ব্যক্তি সিদ্ধান্ত নচলে। কাক পঠালে ভাল হব সেইটো কৰ্ণ নিৰ্ধাৰণ সমিতিয়ে সিদ্ধান্ত লৱ।

তেওঁ লগতে কয় যে মই বিজেপি দলত তেনেই নতুন। মোৰ ব্যক্তিগত কথা ইয়াত নচলে। দলৰ সিদ্ধান্ত মতেহে ইয়াত কাম চলে। নিশ্চিতভাবে ভাল ব্যক্তি এজনক ৰাজ্য সভালৈ পঠাব।

আনহাতে, সমাগত বিধানসভা নিৰ্বাচনত  প্ৰাৰ্থী হিচাপে কি ভূমিকা গ্ৰহণ কৰিব তাৰ উত্তৰত তেখেতে জানিব দি কয় যে বিজেপি আৰু ইউপিপিএলৰ মাজত মিত্ৰতা আছে আৰু সেইদৰে আসন বুজাবুজিৰ দ্বাৰা সিদ্ধান্ত লোৱা হব।

তেওঁ কয় যে বিজেপিৰ লক্ষ্য বৰ্তমান ১০০ +। এই ক্ষেত্ৰত মই যিমান পাৰো দলক সহায় কৰিম। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ বহুতো প্ৰক্ৰিয়া আছ। গতিকে দলে নিৰ্ণয় কৰিব কাক ক’ত প্ৰাৰ্থিত্ব প্ৰদান কৰে।

তামুলপুৰ বিধানসভা সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াব নেকি বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় যে  সেইদৰে ভবাৰ অধিকাৰ সকলোৰে আছে। মই যিহেতু এটা সময়ত তামুলপুৰৰ বিধায়ক আছিলো গতিকে মোক ভালপোৱা মানুহ তামুলপুৰত আছে আৰু  সমষ্টিত মোক প্ৰাৰ্থী হিচাপে বিচাৰিব পাৰে। কিন্তু কাক প্ৰাৰ্থিত্ব দিয়ে  এইবোৰ সিদ্ধান্ত দলেহে লব।

তেওঁ লগতে কয়, ‘’বিটিচি এলেকাত বিধানসভা নিৰ্বাচনত আমি বিজেপি,ইউপিপিএল আৰু গণ সুৰক্ষা দলে উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰি জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিম।‘’

সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে বিধানসভা নিৰ্বাচনৰ পিছত বিটিআৰৰ কনো ৰদ বদল নহব। ইয়াত চৰকাৰ ভঙা পতাৰ কথা কোনো দিশৰ পৰা আহিব নোৱাৰে।

তামুলপুৰ সমষ্টিত যুৱ চামে প্ৰাৰ্থিত্ব বিচৰাক লৈ প্ৰশ্ন কৰাত দৈমাৰীয়ে কয় যে এয়া শুভ লক্ষণ। দলে নিশ্চয় এই ক্ষেত্ৰত বিবেচনা কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd