• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান বিধ্বস্ত ইণ্ডোনেছিয়াৰ অলিয়ে-গলিয়ে বৈ গৈছে ৰঙা পানীৰ ঢল! চাওঁক ভিডিঅ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2021 6:42 pm
a 123 red
381
VIEWS
Share on FacebookShare on Twitter

বানে সংহাৰী ৰূপ ধাৰণ কৰা ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশৰ পেকালংগান নামৰ অঞ্চলটোত এতিয়া ৰক্ত বৰ্ণৰ পানী বৈ যোৱাত স্থানীয় লোকসকল আতংকিত হৈ পৰিছে।

বান বিধ্বস্ত অঞ্চলটোৰ অলিয়ে-গলিয়ে কেৱল ৰঙা পানী বিয়পি পৰাত সেই পানীৰ সৈতে তেজ মিহলি হৈ থকা বুলিও বহুতে সন্দেহ কৰিবলৈ লৈছে।

অৱশ্যে উপায় বিহীন হৈ স্থানীয় লোকসকলে সেই ৰঙা পানীৰ মাজেৰেই ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈছে।

কিন্তু কি কাৰণত ৰঙা হৈ পৰিছে এই অঞ্চলটোৰ পানী?

ইয়াৰ উত্তৰ অঞ্চলটোৰ কাৰো হাততে নাই যদিও একাংশ লোকে সন্দেহ কৰা মতে বানে বুৰাই ৰখা অঞ্চলটোত কেইবাটাও কাপোৰত ৰং কৰা কাৰখানা আছে।

Red flooding in Pekalongan, Central Java. The water turns red because of the dye from local batik factory. pic.twitter.com/oQjfJqHkzq

— Alex (@alexjourneyss) February 6, 2021

তেনে কাৰখানাৰ পৰাই ৰঙা ৰং বিয়পি পৰা বুলি বহুতে সন্দেহ কৰিছে।

একাংশই আকৌ এয়া কোনো লোকৰ কাম হ’ব পাৰে বুলি মন্তব্য কৰিছে।

আতংকৰ পৰিবেশ সৃষ্টিৰ বাবেই কোনো লোকে এনেদৰে বানৰ পানীত ৰঙা ৰং মিহলাই দিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও এবাৰ ইণ্ডোনেছিয়াৰ উক্ত অঞ্চলৰ বানৰ পানী সম্পূৰ্ণ সেউজীয়া হৈ পৰিছিল।

সেইবাৰ কোনোবাই পানীত সেউজীয়া ৰং মিহলাই দিয়াৰ কথা পোহৰলৈ আহিছিল।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd