• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ মহাবিদ্যালয়ত ৰঙৰ উৎসৱ : শিক্ষাৰ্থীৰ ৰঙৰ পৰশত প্ৰাণ পায় উঠিছে মহাবিদ্যালয়ৰ চৌহদ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 8, 2021 4:19 pm
Biswanath
190
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা জটিল কালত সাৰ্বজনিক আনন্দ উল্লাসৰ বাধাক একাষৰীয়া কৰি পুনৰ যেন উজ্জীৱিত হৈ পৰিছে বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাঙ্গণ।

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলো ব্যস্ত হৈ পৰিছে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ বাবে।

এই উছাহৰ মাজতে উত্তৰ অসমৰ এখন মহাবিদ্যালয়‌ক সজায় তোলাৰ ব্যস্ত হৈ পৰিছে এদল তৰুণ শিল্পী।‌

হাতে-হাতে কলম আৰু বহীৰ সলনি ৰং তুলিকা লৈ এইসকল শিল্পীয়ে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাচীৰত অংকন কৰিলে সভ্যতা আৰু সংস্কৃতিৰ প্ৰনিধিত্বমূলক চিত্ৰ।

অসমীয়া জাপিৰ পৰা পৰিৱেশ সংৰক্ষণলৈকে ভিন্ন বিষয়ৰ চিত্ৰৰে উদ্ভাসিত হৈছে মহাবিদ্যালয়ৰ দেৱালসমূহ।

বিশ্বনাথ মহাবিদ্যালয় পৰিয়াল আৰু মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত দেৱাল অংকনৰ লগতে অনুষ্ঠিত হয় স্পট ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা।

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ সামগ্ৰিক আৰু সৰ্বাঙ্গীন বিকাশৰ বাবে ২০১৫ চনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ দৰেই এইবাৰো অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গ’ল।

অনুষ্ঠানত মূখ্য আকৰ্ষণৰ ৰূপত উপস্থিত থাকে জনপ্ৰিয় শিল্পী নীলিম মহন্ত। অনুষ্ঠানত উপস্থিত থকাৰ লগতে নীলিম মহন্তৰ স্পৰ্শত মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত আঙুলিৰ যাদুৰ মাজেৰে অংকন কৰা চিত্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd