• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বিজেপিৰ হেঁচাত কৃষক বিদ্ৰোহৰ বিপক্ষে শচীন-লতা আদি তাৰকাৰ টুইট’ : তদন্তৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2021 6:56 am
index.jpgaa
259
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ সীমান্ত অঞ্চলৰ কৃষক বিদ্ৰোহৰ সপক্ষে-বিপক্ষে সামাজিক মাধ্যম তথা টুইটাৰৰ যুঁজে এক আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে।

প’পষ্টাৰ ৰিহানা, বিশ্বৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত টুইট কৰাৰ লগে লগে ভাৰতৰ একাংশ প্ৰভাৱশালী তাৰকাই চৰকাৰৰ সপক্ষে টুইট কৰিবলৈ আৰম্ভ কৰিছিল।

ভাৰতীয় তাৰকাসকলে আন্তজাৰ্তিক তাৰকাসকলক ভাৰত আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ অধিকাৰ নাই বুলি দাবী কৰি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে প্ৰপাগ’ণ্ডা বিয়পোৱা হেজষ্টেগৰ এক কেম্পেইনৰো আৰম্ভ কৰিছিল।

ইয়াৰ ভিতৰত আছে ক্ৰিকেটৰ ভগৱানখ্যাত শচীন টেণ্ডুলকাৰ, লতা মংগেশকাৰ, বিৰাট কোহলী, ৰোহিতচ শৰ্মাসহ বলিউদ আৰু ভাৰতীয় ক্ৰিকেট জগতৰ একাংশ তাৰকা।

ভাৰতীয় তাৰকাসকলে চাপত পৰি কৃষক বিদ্ৰোহৰ বিৰুদ্ধে টুইট কৰিছিল নেকি? এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰে এই প্ৰশ্নৰ উত্তৰ বিচাৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে শচীন টেণ্ডুলকাৰ, লতা মংগেশকাৰ, অক্ষয় কুমাৰ, বিৰাট কোহলি দৰে তাৰকাই ৰিহানা আৰু গ্ৰেটাৰ টুইটৰ বিপক্ষে কৰা টুইটৰ পৰীক্ষা কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছে।

ভাৰতীয় তাৰকাসকলে মোদী চৰকাৰৰ চাপত পৰিহে টুইট কৰিছিল নে, বিতৰ্কিত কৃষি আইন বিৰোধ বা সমৰ্থনত টুইট কৰিছে সেই সকলোবোৰ দিশৰে তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd