• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চলাচল আৰম্ভ কৰা হ’ব উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ দুখন এক্সপ্ৰেছ ৰে’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2021 12:06 pm
Pass spl train(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীবাহী ৰে’ল সেৱা ক্ৰমান্বয়ে পুনৰ চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে’লৱেই দুখন এক্সপ্ৰেছ বিশেষ ৰে’ল সেৱা নিম্নলিখিত বিস্তৃত তথ্য অনুসাৰে পুনৰাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে উত্তৰ পূৱ ৰে’লৱেই।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰে’ল নং ০৩২৪৮ ৰাজেন্দ্ৰ নগৰ-কামাখ্যা এক্সপ্ৰেছ বিশেষ ৰে’লখনে ৮ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে ৰাজেন্দ্ৰ নগৰৰ পৰা ২৩.১০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.০৫ বজাত কামাখ্যাত উপস্থিত হ’ব।

সেইদৰে ৰে’ল নং ০৩২৪৭ কামাখ্যা-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ বিশেষ ৰে’লখনে অহা ১০ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রতি মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কামাখ্যাৰ পৰা ০৫.০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০৪.৫৫ বজাত ৰাজেন্দ্ৰ নগৰত গৈ উপস্থিত হ’’ব।

এই ৰে’লখনে যাত্ৰাৰ উভয় ৰে’লপথত গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিণগুড়ি জংচন, ঠাকুৰগঞ্জ, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপুৰ জংচন হৈ যাত্ৰা কৰিব বুলি উল্লেখ কৰিছে উঃ পূঃ সীমান্ত ৰে’লৱেই।

নং ০৩২৮২ ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্ৰেছ বিশেষ ৰে’লখনে ৰাজেন্দ্ৰ নগৰৰ পৰা অহা ১৩ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক শনিবাৰে ১৫.০৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। আৰু নং ০৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰনগৰ এক্সপ্ৰেছ বিশেষ ৰে’লখনে অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক সোমবাৰে ৫.২০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰি আৰু পৰৱৰ্ত্তী দিনৰ ১৩.৪৫ বজাত ৰাজেন্দ্ৰ নগৰত উপস্থিত হ’ব।

এই ৰে’লখনে যাত্ৰাৰ উভয় পথতে নিউ তিনিচুকীয়া, নামৰূপ, মৰিয়ণি জংচন, ডিমাপুৰ, ডিফু, লামডিং জংচন, হোজাই, চাপৰমুখ জংচন, জাগীৰোড, গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপৰ জংচন হৈ যাত্ৰা কৰিব বুলি উঃ পূঃ ৰে’লেৱই প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd