• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চলাচল আৰম্ভ কৰা হ’ব উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ দুখন এক্সপ্ৰেছ ৰে’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2021 12:06 pm
Pass spl train(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীবাহী ৰে’ল সেৱা ক্ৰমান্বয়ে পুনৰ চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে’লৱেই দুখন এক্সপ্ৰেছ বিশেষ ৰে’ল সেৱা নিম্নলিখিত বিস্তৃত তথ্য অনুসাৰে পুনৰাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে উত্তৰ পূৱ ৰে’লৱেই।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে ৰে’ল নং ০৩২৪৮ ৰাজেন্দ্ৰ নগৰ-কামাখ্যা এক্সপ্ৰেছ বিশেষ ৰে’লখনে ৮ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে ৰাজেন্দ্ৰ নগৰৰ পৰা ২৩.১০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.০৫ বজাত কামাখ্যাত উপস্থিত হ’ব।

Apply Now

সেইদৰে ৰে’ল নং ০৩২৪৭ কামাখ্যা-ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ বিশেষ ৰে’লখনে অহা ১০ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রতি মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কামাখ্যাৰ পৰা ০৫.০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০৪.৫৫ বজাত ৰাজেন্দ্ৰ নগৰত গৈ উপস্থিত হ’’ব।

এই ৰে’লখনে যাত্ৰাৰ উভয় ৰে’লপথত গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিণগুড়ি জংচন, ঠাকুৰগঞ্জ, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপুৰ জংচন হৈ যাত্ৰা কৰিব বুলি উল্লেখ কৰিছে উঃ পূঃ সীমান্ত ৰে’লৱেই।

নং ০৩২৮২ ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্ৰেছ বিশেষ ৰে’লখনে ৰাজেন্দ্ৰ নগৰৰ পৰা অহা ১৩ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক শনিবাৰে ১৫.০৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। আৰু নং ০৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰনগৰ এক্সপ্ৰেছ বিশেষ ৰে’লখনে অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রত্যেক সোমবাৰে ৫.২০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰি আৰু পৰৱৰ্ত্তী দিনৰ ১৩.৪৫ বজাত ৰাজেন্দ্ৰ নগৰত উপস্থিত হ’ব।

এই ৰে’লখনে যাত্ৰাৰ উভয় পথতে নিউ তিনিচুকীয়া, নামৰূপ, মৰিয়ণি জংচন, ডিমাপুৰ, ডিফু, লামডিং জংচন, হোজাই, চাপৰমুখ জংচন, জাগীৰোড, গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, বাৰচোই জংচন, কাটিহাৰ জংচন, খাগাৰিয়া জংচন, নিউ বাৰাউনি জংচন, বখটিয়াৰপৰ জংচন হৈ যাত্ৰা কৰিব বুলি উঃ পূঃ ৰে’লেৱই প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd