• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো স্বাভিমানী অসমীয়াই মহাপুৰুষজনাক কৰা অপমান সহ্য নকৰে : আজমলৰ বিৰুদ্ধে ক্ষোভ বিজেপিৰ

"সততে জাতিয়বাদী বুলি পৰিচয় প্ৰদৰ্শন কৰা অসমৰ দল সংগঠন এতিয়া নিমাত কিয়?" ৰূপম গোস্বামী

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
February 9, 2021 5:33 pm
BJP reaction on Ajmal speech

গুৱাহাটীত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে শেহতীয়াকৈ অসমীয়া জাতিৰ প্ৰাণদাতা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক চাহাব বুলি আখ্যা দিয়ক লৈ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে ।

মঙ্গলবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে আজমলক সকীয়াই দি কয়, “গুৰুজনাৰ প্ৰতি এইয়া চৰম অপমান, কোনো স্বাভিমানী অসমীয়াই এই অপমান সহ্য নকৰে।”

Apply Now

আজমলে গুৰুজনাক কৰা অপমানৰ বাখ্যা কৰাৰ প্ৰয়োজন আছে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয়, “যিদৰে ৮০০ বছৰৰ আগতে মোগল সকলে ভাৰতবৰ্ষক  আক্ৰমণ কৰিছিল তেনে এক ৰূপৰেখাই বৰ্তমান আমাৰ সমাজত দৃষ্টিগোচৰ হৈছে। খিলঞ্জীয়া জাতি-জনজাতি, বঙালী,মাৰোৱাৰী আদি সকলো মিলি বৰ অসমত শান্তিৰে বসবাস কৰি আছে, কোনেও কাকো একো ক্ষতি কৰা নাই।”

“কিন্তু পূৰ্ব বংগীয় পৰা অহা অবৈধ মুছলমানসকলে অসমীয়া ভাষা, সংস্কৃতিৰ ওপৰত অবিৰামভাবে আক্ৰমণ চলাই আহিছে। ১৯৭১ চনৰ খাতিৰত তেওঁলোক ভাৰতীয় হ’লেও প্ৰকৃত অসমীয়া হ’ব পৰা নাই,’’- গোস্বামীয়ে লগতে উল্লেখ কৰি কয়।

পূৰ্ববংগীয় মুছলমানসকলে মিঞা মিউজিয়াম, মিঞা কবিতা, আৰৱীয় ভাষাৰ বেনাৰ ব্যৱহাৰ আদি কাৰ্যকলাপে তেওঁলোকৰ অসমীয়া জাতিটোৰ ওপৰত কৰা আগ্ৰহী চৰিত্ৰক ফুটাই তুলিছে বুলি কটাক্ষ কৰে গোস্বামীয়ে।

ইপিনে, পূৰ্ববংগীয়সকলৰ এনে জাতি বিৰোধী কামকাজৰ বিপৰীতে অসমৰ দল সংগঠনসমূহৰ নিৰৱ ভূমিকাক লৈ সৰৱ হৈ পৰিছে মুখ্য মুখপাত্ৰ গৰাকী।

এই সন্দৰ্ভত তেওঁ কয়, “সচেতন অসমীয়া ৰাইজে সকলো চাই আছে। নিজকে আঞ্চলিকতাবাদী বুলি পৰিচয় দিয়াসকলে এই সময়ত নিমাতী কইনাৰ ভাও জুৰিছে। জাতিটোৰ প্ৰতি এনে আক্ৰমণৰ সময়ত তেওঁলোকে প্ৰতিক্ৰিয়া ৰখাটো বাঞ্চনীয় আছিল।‘’

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd