• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ১ টকাত দুপৰীয়াৰ আহাৰ; সাংসদ গৌতম গম্ভীৰে দিল্লীত মুকলি কৰিলে দ্বিতীয়খন কেণ্টিন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 11:39 am
গৌতম গম্ভীৰ, উৎস-ইণ্টাৰনেট

গৌতম গম্ভীৰ, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে মঙলবাৰে নতুন দিল্লীত দ্বিতীয়খন ‘জন ৰাছোই’ কেণ্টিন মুকলি কৰে।

গৌতম গম্ভীৰে পূৱ দিল্লী সমষ্টিৰ নিউ অশোক নগৰত এই কেণ্টিনখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

Apply Now

‘জন ৰাছোই’ কেণ্টিনত মাত্ৰ ১ টকাৰ বিনিময়ত জনসাধাৰণক দুপৰীয়াৰ আহাৰ যোগান ধৰা হ’ব।

ইয়াৰ পূৰ্বে সাংসদ গৌতম গম্ভীৰে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গান্ধী নগৰ মাৰ্কেটত প্ৰথমখন ‘জন ৰাছোই’ কেণ্টিন মুকলি কৰিছিল।

উক্ত কেণ্টিনত প্ৰতিদিনে ১০০০ লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি থকা হৈছে।

‘জন ৰাছোই’ কেণ্টিনত ভাত, দাইল আৰু তৰকাৰী মাত্ৰ ১ টকাতে আগবঢ়োৱা হয়।

নিৰ্বাচনী প্ৰতিশ্ৰুতিত গৌতম গম্ভীৰে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ’লে দিল্লীত খাদ্যৰ অভাৱত লোকে দিন কটাবলগীয়া নহ’ব বুলি উল্লেখ কৰিছিল।

উক্ত নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ উদ্দেশ্যে গম্ভীৰে মাত্ৰ ১ টকাত দুপৰীয়াৰ আহাৰ দিল্লীৰ জনসাধাৰণৰ বাবে ব্যৱস্থা কৰা কাৰ্য্যই সকলোৰে প্ৰশংসা লাভ কৰিছে।

উল্লেখযোগ্য যে, বিজেপিৰ সাংসদ গৌতম গম্ভীৰে সমষ্টিৰ উন্নয়নৰ হকে বিভিন্ন জনকল্যাণকামী আঁচনি গ্ৰহণ কৰি আহিছে।

বিশেষকৈ দিল্লীৰ ডাম্পিং গ্ৰাউণ্ডৰ নিষ্কাষণৰ কামো গৌতম গম্ভীৰৰ কাৰ্য্যকালতে দ্ৰুত গতিত আগবাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ   

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

July 5, 2026 4:20 pm
গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd