• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাহৰীঘাটত অগপৰ জাতীয় ঐক্য সমাৰোহ : ‘২১ত পুনৰ গঠন হ’ব বিজেপি-অগপৰ চৰকাৰৰ!

অসম গণ পৰিষদ দল হৈছে অসমৰ ৰাইজৰ তেজেৰে গঠিত দল - অতুল বৰা

চানু গগৈ by চানু গগৈ
February 10, 2021 7:59 pm
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধান সভা নিৰ্বাচনৰ আগমুহূৰ্তত ৮১ নং লাহৰীঘাট সমষ্টিত শাসক-বিৰোধীৰ লগতে প্ৰতিটো ৰাজনৈতিক দলেই বিশাল সভা, সমাবেশ পাতি যেন নিৰ্বাচনী ৰণশিঙাহে বজাইছে।

মঙলবাৰে সমষ্টিটোৰ তিনিচুকীয়াত এ আই ইউ ডি এফ দলে বিশাল সমাবেশ পাতি যোৱাৰ পাছত আজি আকৌ আঞ্চলিক দল অসম গণ পৰিষদে সমষ্টিটোৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ খেল পথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ।

Apply Now

সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী তথা দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত।

সমাৰোহত ভাষম প্ৰদান কৰি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে অসম গণ পৰিষদ দল হৈছে অসমৰ ৰাইজৰ তেজেৰে গঠিত দল আৰু ই এটা ধৰ্ম নিৰপেক্ষ দল।

বিৰোধী দল কংগ্ৰেছ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰ কাৰ্যকালৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ লাহৰীঘাটৰ বিধায়ক নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী বৰাই কয় যে ইমান দিনে লাহৰীঘাট সমষ্টিত এখন চৰকাৰী কলেজ নাছিল।আমাৰ চৰকাৰৰ দিনত হোৱা বুলি কৈ কংগ্ৰেছৰ ইমান দিনৰ কাৰ্যকালত এখন চৰকাৰী কলেজ পাবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই।

মন্ত্ৰীগৰাকীয়ে নিজ বিভাগৰ ঢোপ পিটি কয় যে কৃষি উন্নয়নৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ দিয়া হৈছে। কৃষি ক্ষেত্ৰখনত বিপ্লৱৰ সূচনা হৈছে।

গছত কঁঠাল ওঠত তেল নৌপাওঁতেই চেলবেল বুলি নতুন আঞ্চলিক দল দুটাকো কটাক্ষ কৰে অতুল বৰাই।

কংগ্ৰেছ আৰু এআইইউডি ফে মনে মনে কৰি থকা প্ৰেম এতিয়া মুকলিকৈ হৈছে। কংগ্ৰেছৰ বাবে আজমল ন কইনা। কিন্তু ন কইনাক কংগ্ৰেছে শিকাই বুজাই লব লাগিছিল। কাৰ আগত ক’ত কি কথা কব লাগে শিকাই লব লাগিছিল। তাকে নকৰাত আজমলে শংকৰদেৱৰ বিতৰ্কত সোমাব লগা হ’ল বুলি টিপ্পনি দিয়ে অতুল বৰাই।

একেদৰে মন্ত্ৰী কেশৱ মহন্তই কয় যে অসমৰ ৰাজনীতি, ভাৰত বৰ্ষৰ ৰাজনীতিত কংগ্ৰেছ এআইইউ ডিএফে যিমানেই বন্ধুত্ব নকৰক, অসমত পুনৰ এবাৰ অসম গণ পৰিষদ দল থকা এটা মিত্ৰ জোঁটৰ চৰকাৰ হ’ব।

আনহাতে যোৱা পাঁচ বছৰে তেওঁ লাহৰীঘাটৰ মথাউৰিয়ে মথাউৰিয়ে ঘূৰিছে। নৈপৰীয়া ৰাইজে বিপুল সহযোগ কৰিছে গৰখহনীয়া প্ৰতিৰোধৰ কামত। কংগ্ৰেছৰ দিনৰ কাজিয়া সংস্কৃতি নোহোৱা হৈছে। বিধায়ক নজৰুল বয়স্ক লোক বাবে নজৰুলক সন্মান কৰোঁ কিন্তু তেখেত ব্যৰ্থ হৈছে বুলিও মন্ত্ৰী মহন্তই কয় ।

সমাৰোহখনত মন্ত্ৰী দুগৰাকীৰ লগতে কেন্দ্ৰীয় সংখ্যালঘু পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিক, কেন্দ্ৰীয় মহিলা পৰিষদৰ উপ সভানেত্ৰী মামণি বৰা, মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শৰ্মা, হোজাই জিলা অগপৰ সভাপতি ৰেজাউল কৰিম,লাহৰীঘাট সমষ্টিৰ মহিলা পৰিষদৰ সভানেত্ৰী শকুন্তলা বৰদলৈকে ধৰি জিলা পৰ্যায়ৰ কেইবা গৰাকী বিষয়ববীয়া উপস্থিত থাকে।

সমষ্টিটোৰ সাত সহস্ৰাধিক লোক উপস্থিত থকা সমাৰোহখনৰ আৰম্ভণিতে আদৰণি ভাষণ পাঠ কৰে লাহৰীঘাট বিধান পৰিষদৰ সভাপতি তথা আগন্তুক নিৰ্বাচনৰ সমষ্টিটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী গুলজাৰ হুছেইনে।

উল্লেখযোগ্য যে সমাৰোহ খনত কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু ছাজন নায়কে গীত পৰিবেশন কৰে আৰু গীতৰ তালে তালে শিশু, মহিলা সকলোৱে নাচি বাগি উৎফুল্লিত হৈ পৰে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd