• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ অসম প্ৰীতিৰ নমুনা! পাটনাৰ পৰা মানুহ আনিবলৈ দুখন ৰে’ল, স্থানীয় ৰে’ল কিয় নচলায়?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
February 11, 2021 6:56 pm
https://assam.nenow.in/wp-content/uploads/2021/02/6.jpg

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ৰে’ল কৰ্তৃপক্ষই ৰাজেন্দ্ৰ নগৰৰ পৰা (পাটনা) অসমলৈ বিহাৰী সকলক আনিবলৈ দুখন ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

অসমত বেহা-বেপাৰ কৰা, চাকৰি-বাকৰি কৰা আৰু সৰু সুৰা জীৱিকাৰ বাবে ঢাপলি মেলা বিহাৰী লোকসকলৰ বাবে বিজেপি চৰকাৰৰ এনে দৰদ দেখিলে স্বাভাৱিকতে আন কিছুমান প্ৰশ্নইহে উক দি উঠে।

Apply Now

ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে স্থানীয় স্বাৰ্থ বিৰোধী সিদ্ধান্তৰ বিভিন্নজনে চৰ্চা কৰা দেখা গৈছে।

জাতি-মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে অসমৰ খাটিখোৱা মানুহৰ দুৰৱস্থাৰ বাবে কিমান সচেতন?

ৰাজ্যখনৰ মধ্য অসম নগাওঁ আৰু দক্ষিণ পাৰৰ গোৱালপাৰা পৰা চলাচল কৰা স্থানীয় ৰে’লকেইখন আৰম্ভ কৰিব পৰা নাই কিয়?

ইয়াৰ বাবে ৰাজ্যখনৰ সাধাৰণ যাত্ৰীসকল যে বহু কষ্টৰ সন্মুখীন হৈছে সেয়া চৰকাৰখনৰ দৃষ্টিগোচৰ হোৱা নাইনে?

উল্লেখ্য যে এই ৰে’লকেইখনত স্থানীয় শিক্ষাৰ্থী, চাকৰিয়াল, ৰুগীয়া মানুহকে ধৰি বহু লোক সদায় অহাযোৱা কৰে।

তদুপৰি, বহুতো স্থানীয় নিবনুৱা যুৱক-যুৱতী, পুৰুষ-মহিলাই নিজৰ গাঁৱত উৎপাদিত সামগ্ৰী মহানগৰীলৈ আনি বিক্ৰী কৰি উপাৰ্জন কৰাৰ লগতে পৰিয়ালকো পোহপাল দি আহিছে।

উদাহৰণস্বৰূপে, গুৱাহাটীৰ পৰা নগাঁওলৈ ট্ৰেভেলাৰ বা ষ্টাৰ বাছত ভিৰ-ভাৰৰ মাজতে বহি যোৱা যাত্ৰীয়ে ১৫০ টকা ভাড়া আদায় দিব লাগে যদিও গুৱাহাটীৰ পৰা নগাঁওলৈ এই যাত্ৰীবাহী স্থানীয় ৰে’লৰ ভাড়া মাত্ৰ ৩০টকা।

ইয়াৰ ভাবে সাধাৰণভাৱে উপাৰ্জন কৰি চলি অহা ৰাজ্যখনৰ বহুতেই স্থানীয় ৰে’ল যাত্ৰাৰ পৰা উপকৃত হৈছিল।

আনহাতে, কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ কিছু শাম কটাৰ পাছত বিপৰ্যয়ৰ সন্মুখীন হোৱা স্থানীয় লোকক সকাহ দিয়াৰ বাবে চৰকাৰে এনে ব্যৱস্থাসমূহ আৰম্ভ কৰাত গুৰুত্ব নিদিয়াৰ কাৰণ কি?

নিৰ্বাচনৰ অংকত ব্যস্ত শাসকীয় দলৰ লগতে বিৰোধী পক্ষয়ো এই কথাবোৰত গুৰুত্ব দিয়া উচিত।

বিহাৰৰ পৰা হোৰাহোৰে মানুহবোৰ আনি অসমত মেলি দিয়াৰ চিন্তাৰ মাজতে ৰাজ্যখনৰ সাধাৰণ শ্ৰেণীৰ লোকক সকাহ দিয়াৰ কথাও চিন্তা কৰি স্থানীয় ৰে’ল চলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd