• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপোনাৰ সামান্য সহায়ে নৱজীৱন দান কৰিব পাৰে আইছাক

মগজুৰ জটিল ৰোগত আক্ৰান্ত পুৰণিগুদামৰ শিক্ষিত যুৱতী , আৰ্থিক সহায় বিচাৰি ৰাইজক কাতৰ আহ্বান

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
February 12, 2021 8:03 am
Screenshot_20210212-072508_Polish
573
VIEWS
Share on FacebookShare on Twitter

 এটি দৰিদ্ৰ পৰিয়াললৈ সম্প্ৰতি নামি আহিছে কাল ধুমুহা!  নগাঁও পুৰণিগুদামৰ ন’আলিমুৰৰ ৱাছাদুৰ  ৰহমানৰ ঘৰত এতিয়া নিস্তব্ধতা।

কাৰণ তেওঁৰ জ্যেষ্ঠ কন্যা শেহতীয়াকৈ আক্ৰান্ত হৈছে এক দুৰাৰোগ্য ৰোগত।

স্নাতক ডিগ্ৰীধাৰী আইছা চিদ্দিকা নামৰ যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত যোৱা সপ্তাহতে ধৰা পৰিছে মগজুৰ এক জটিল ৰোগ।

আৰ্থিক অনাটনৰে জুৰুলা কৰা দৰিদ্ৰ পৰিয়ালটোৰ বাবে এই দুঃখবৰ হৈ পৰিছে অত্যাধিক চিন্তাৰ কাৰণ।

ৰোগগ্ৰস্ত আইছাৰ উন্নত চিকিৎসাৰ লগতে গুৱাহাটীৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ক্ৰমে মগজুৰ এটি জটিল অস্ত্ৰোপচাৰ শীঘ্ৰে সমাপন কৰাতো বিশেষভাৱে জৰুৰী হৈ পৰিছে।

মছজিদৰ পৰা পোৱা টকা কেইটাৰে কোনোমতে ঘৰ খন পোহপাল দি থকা ৱাছাদুৰ ৰহমানক এতিয়া জ্যেষ্ঠ কন্যাৰ উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে শীঘ্ৰে প্ৰয়োজন প্ৰায় তিনি/চাৰি লাখ টকা।

যাৰ বাবে এতিয়া উপায়হীন হৈ পৰিছে আৰ্থিকভাৱে দুৰ্বল লোকজনৰ পৰিয়ালটো।

চৰম অৰ্থ-সংকটত পৰা তথা চিন্তাত বিহ্বল আইছাৰ পিতৃ-মাতৃয়ে এনে বিপদৰ সময়ত সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লগতে অসমবাসীৰ পৰা কৰযোৰে বিচাৰিছে সহায়ৰ হাত।

গতিকে প্ৰয়োজনীয় অৰ্থ-সাহায্য কোনো হৃদয়বান  লোকে যথাসাধ্য আগবঢ়াব বিচাৰিলে IFSC: PUNB0064020 নম্বৰ যুক্ত পাঞ্জাব নেশ্বনেল বেংকৰ পুৰণিগুদাম শাখাত আইছাৰ পিতৃ WASHADUR RAHMANৰ নামত থকা 0640010271158 নম্বৰ একাউণ্টত প্ৰদান কৰি পৰিয়ালটোক কৃতাৰ্থ কৰিবৰ বাবে সবিনয় আহ্বান জনাইছে পিতৃ-মাতৃয়ে।

আৰ্থিকভাৱে  দুৰ্বল পৰিয়ালৰ এগৰাকী উঠি অহা যুৱতীক আপোনাৰ অকনমান সহায়ে যদি জীৱন দান দিয়ে তেন্তে সেয়া নিশ্চয়  এক মহৎ-কৰ্ম ৰূপে বিবেচিত হ’ব ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd