• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহৎ ঘোষণা: আজি নিশাৰে পৰা পেট্ৰ’ল-ডিজেলত লিটাৰে প্ৰতি ৫ টকা, মদত ২৫ শতাংশ দাম কমিব

কি আছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত দাখিল কৰা অন্তিম খন লেখানুদানত?চাওঁ আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2021 11:26 am
petrol-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত দাখিল কৰে লেখানুদান। আহক চাওঁ কি আছে এই লেখানুদানত—

কোভিডৰ সময়ত আৰোপ কৰা অতিৰিক্ত উপকৰ আজিৰে পৰা প্ৰত্যাহাৰ কৰা হ’ব। ফলত পেট্ৰ’ল-ডিজেলৰ দাম আজি মাজনিশাৰে  পৰা লিটাৰত ৫ টকাকৈ কমি যাব।মদৰ দামো ২৫ শতাংশকৈ আজি নিশাৰে পৰা কমিব।

২০১৬ চনৰ ৩ জুনত অসমৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত দাখিল কৰা শ্বেত  পত্ৰৰ  কথা স্মৰণ কৰি ৰাজ্যৰ ভাঙি পৰা অৰ্থনীতিক কিদৰে সৱল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেই কথা বিত্তমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰীয়ে।

ৰূপকোঁৱৰৰ কবিতা আওঁৰাই বিত্তমন্ত্ৰীয়ে  ২০১৯ বৰ্ষত  ৰাজ্যৰ জনমূৰি আয় ২০,৬৯২ টকালৈ বৃদ্ধি পোৱা বুলি কয়।

ৰাজ্যৰ কৰ ৰাজহৰ পৰিমাণ ১৬,৫২৮ কোটি টকা হোৱা বুলি তেওঁ মন্তব্য কৰে।

৭৭৫৬ কোটি টকা খাৰুৱা তেলৰ ৰয়েল্টি হিচাবে অসমে লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।

কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা বুলি তেওঁ কয়।ৰাজ্যত বিকাশৰ হাৰ ৮ শতাংশৰ ওপৰত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ১, ৯৯,৭০৫ টা আত্মসহায়ক গোট উপকৃত হৈছে।

১৫-১৮ শ কন্যা সন্তানক ৪০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে ।

অসমমালা  আঁচনিৰ অধীনত ৮২১০ কোটি টকা ধাৰ্য কৰি ৰাজ্যৰ বাট-পথৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে।

অসম দৰ্শন আঁচনিৰ অধীনত উপকৃত হৈছে ৯১৫ খন ধৰ্মানুষ্ঠান। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।

৮৭৫৬ টা নামঘৰলৈ আগবঢ়োৱা হৈছে মুঠ ২১৮ কোটি টকা । প্ৰতিটো নামঘৰক দিয়া হৈছে  আঢ়ৈ লাখ টকাকৈ।

ৰাজ্যৰ ৮৭০ খন দলঙৰ কাম চলি আছে।

অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে ১৩,৫০১ কোটি টকা।

ৰাজ্যৰ ৫৮ লাখ ৮৫ হাজাৰ ২৮৯ গৰাকী লোকে ১ টকা মূল্যৰ চাউল লাভ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ খৰচ হৈছে ৭৬৭ কোটি টকা।

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যত বছৰত ২ লাখতকৈ কম আয়ৰ লোকৰ ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে।

এতিয়ালৈকে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১ লাখ ৭০ হাজাৰ বিধৱাই পেঞ্চন লাভ কৰিছে।

৩০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা

২০২১-২২ কেন্দ্ৰীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন

১০.৭২ শতাংশ দেশৰ বিকাশৰ হাৰ ।

ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশ ।

ৰাজ্যৰ নিজা ৰাজহৰ পৰিমাণ বৃদ্ধি ।চাহ বাগিচাত ৮৯৬ কিমি পথ নিৰ্মান ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd