• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেট কেৰিয়াৰক বিদায় জনালে টীম ইণ্ডিয়াৰ বিশ্বকাপবিজয়ী অলৰাউণ্ডাৰ ইউচুফ পাঠানে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 12:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ইউচুফ পাঠানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰে।

তাৰকাগৰাকীৰ অৱসৰ গ্ৰহণৰ উপলক্ষে আই.চি.চি.য়ে এটা টুইটযোগে ক্ৰিকেট জগতলৈ তেওঁ আগবঢ়োৱা অৱদানক সোঁৱৰণ কৰিছে।

Apply Now

উল্লেখযোগ্য যে ২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।

শেষবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁক ২০১২ চনত দেখা পোৱা গৈছিল।

৫৭ খন এদিনীয়া মেচ খেলি ইউচুফ পাঠানে দুটা শতক আৰু তিনিটা অৰ্ধশতকসহ ৮১০ ৰাণ সংগ্ৰহ কৰিছিল। মাৰমুখী সোঁহতীয়া বেটছমেনজনৰ ষ্ট্ৰাইক ৰেট হৈছে ১১৩.৬০।

বেটিঙৰ উপৰিও এজন স্পীনাৰ হিচাপে তেওঁ এদিনীয়া ক্ৰিকেটত সংগ্ৰহ কৰিছিল ৩৩টা উইকেট।

২২ খন টি২০ মেচত ১৪৬.৫৮ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰিছিল ২৩৬ ৰাণ। আনহাতে ১২টাকৈ উইকেটো সংগ্ৰহণ কৰিছিল।

India’s 2007 @T20WorldCup and 2011 @cricketworldcup winner Yusuf Pathan announces his retirement from all forms of cricket. pic.twitter.com/pxYgU13hrP

— ICC (@ICC) February 26, 2021

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উপৰিও তেওঁ আইপিএলত ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ খেলি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল।

‘‘সেই দিনটো মই আজিও মনত পেলাও যেতিয়া ভাৰতৰ জাৰ্চিটো প্ৰথমবাৰৰ বাবে পৰিধান কৰিছিলো। সেইদিনা কেৱল জাৰ্চিটোৱেই মই পিন্ধা নাছিলো, মোৰ পৰিয়াল, প্ৰশিক্ষক, সমগ্ৰ দেশৰ বন্ধুবান্ধৱী আৰু মোৰ নিজৰ আশা-আকাংক্ষাসমূহকো প্ৰতিনিধিত্ব কৰিছিলো।’’ অলৰাউণ্ডাৰজনে অৱসৰগ্ৰহণ কৰি কয়।

তদুপৰি তেওঁ দুটাকৈ বিশ্বকাপ বিজয় আৰু শচীন টেণ্ডুলকাৰক কান্ধত উঠাই বিজয় উদযাপন কৰাৰ মুহূৰ্তটোক কেৰিয়াৰৰ আটাইতকৈ শ্ৰেষ্ঠ সময় বুলি অভিহিত কৰে।

আনহাতে মহেন্দ্ৰ সিং ধনীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অভিষেক, শ্বেন ৱাৰ্ণৰ নেতৃত্বত আইপিএল অভিষেক আৰু জেকব মাৰ্টিনৰ নেতৃত্বত ৰঞ্জী অভিষেক কৰিও অলৰাউণ্ডাৰজনে নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰে।

শুকুৰবাৰে কেৱল ইউচুফ পাঠানেই নহয়, টীম ইণ্ডিয়াৰ মিডিয়াম পেচাৰ আৰ বিনয় কুমাৰেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰে।

An explosive batsman 💥
An useful bowler 💪
A Champion all rounder ✌
Thank you #YusufPathan for many memories. Happy Retirement 🙏@iamyusufpathan pic.twitter.com/juX3kuNVop

— ʀᴏꜱʜᴀɴ ᴀɢʀᴀᴡᴀʟ (@RoshanAgrawal98) February 26, 2021

টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ইৰফান পাঠানৰ ভাতৃ ইউচুফ পাঠানে অৱসৰ গ্ৰহণ কৰাৰ পাছতে টুইটাৰত তেওঁৰ অনুৰাগীসকলে খেলুৱৈগৰাকীৰ শ্ৰদ্ধাজ্ঞাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd