• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দলিত যুৱকৰ সৈতে পলাই যোৱা কিশোৰীক হত্যা পিতৃৰ : ক’ত সংঘটিত হৈছে এই ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 1:57 pm
WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলিত যুৱকৰ সৈতে পলায়ণ কৰা এগৰাকী কিশোৰীক হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৬ ফেব্ৰুৱাৰিত ৰাজস্থানৰ দাউচা জিলাৰ এগৰাকী কিশোৰী পিংকী চাইনীক তেওঁৰ পিতৃ শংকৰ লাল চাইনীয়ে এজন ৫০ বছৰীয়া লোকৰ সৈতে বলপূৰ্বকভাৱে বিয়া দিয়ে।

Apply Now

বিয়াৰ তিনি দিনৰ পিছতে কিশোৰীগৰাকীয়ে উক্ত লোকজনৰ ঘৰৰ পৰা ওভতি আহে আৰু যোৱা ২১ ফেব্ৰুৱাৰিত দলিত সম্প্ৰদায়ৰ প্ৰেমিকৰ সৈতে পালয়ন কৰি বিবাহপাশত আৱদ্ধ হয়।

ইয়াৰ পিছ দিনাই কিশোৰীগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যাক অপহৰণ কৰা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ইফালে কিশোৰীগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে তেওঁলোকৰ জীৱনলৈ সংকট অহা বুলি নিৰাপত্তা বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়।

২৬ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ে আৰক্ষীক দুয়োকে তেওঁলোকে বিচৰাৰ দৰেই নিৰাপত্তা দিয়াৰ লগতে সুৰক্ষিত ঠাইত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী অধীক্ষক অনিল বেনিৱালে প্ৰকাশ কৰা অনুসৰি ইয়াৰ পিছতে দুয়ো দাউচালৈ ওভতি আহে আৰু ১ মাৰ্চত পিংকী ছাইনীক অপহৰণ কৰা বুলি আৰক্ষীক অভিযোগ দিয়া হয়।

দুদিন ধৰি কিশোৰীগৰাকীৰ সন্ধানত অভিযান চলায় যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ নকৰাৰ পিছত পিতৃয়ে পুনৰ আৰক্ষী থানাত অপহৰণ হোৱা বুলি এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে ঘটনাই নতুন মোৰ লয়। পৰিয়ালৰ লোকৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীক পিতৃয়ে ঘৰলৈ জোৰকৈ লৈ আহি ডিঙি টিপি হত্যা কৰে।

বুধবাৰে বিয়লি প্ৰায় ৩ বজাত নিজ কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰি পিতৃয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd