DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দলিত যুৱকৰ সৈতে পলাই যোৱা কিশোৰীক হত্যা পিতৃৰ : ক’ত সংঘটিত হৈছে এই ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 1:57 pm
WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375
178
VIEWS
Share on FacebookShare on Twitter

দলিত যুৱকৰ সৈতে পলায়ণ কৰা এগৰাকী কিশোৰীক হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৬ ফেব্ৰুৱাৰিত ৰাজস্থানৰ দাউচা জিলাৰ এগৰাকী কিশোৰী পিংকী চাইনীক তেওঁৰ পিতৃ শংকৰ লাল চাইনীয়ে এজন ৫০ বছৰীয়া লোকৰ সৈতে বলপূৰ্বকভাৱে বিয়া দিয়ে।

বিয়াৰ তিনি দিনৰ পিছতে কিশোৰীগৰাকীয়ে উক্ত লোকজনৰ ঘৰৰ পৰা ওভতি আহে আৰু যোৱা ২১ ফেব্ৰুৱাৰিত দলিত সম্প্ৰদায়ৰ প্ৰেমিকৰ সৈতে পালয়ন কৰি বিবাহপাশত আৱদ্ধ হয়।

ইয়াৰ পিছ দিনাই কিশোৰীগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যাক অপহৰণ কৰা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ইফালে কিশোৰীগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে তেওঁলোকৰ জীৱনলৈ সংকট অহা বুলি নিৰাপত্তা বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়।

২৬ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ে আৰক্ষীক দুয়োকে তেওঁলোকে বিচৰাৰ দৰেই নিৰাপত্তা দিয়াৰ লগতে সুৰক্ষিত ঠাইত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী অধীক্ষক অনিল বেনিৱালে প্ৰকাশ কৰা অনুসৰি ইয়াৰ পিছতে দুয়ো দাউচালৈ ওভতি আহে আৰু ১ মাৰ্চত পিংকী ছাইনীক অপহৰণ কৰা বুলি আৰক্ষীক অভিযোগ দিয়া হয়।

দুদিন ধৰি কিশোৰীগৰাকীৰ সন্ধানত অভিযান চলায় যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ নকৰাৰ পিছত পিতৃয়ে পুনৰ আৰক্ষী থানাত অপহৰণ হোৱা বুলি এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে ঘটনাই নতুন মোৰ লয়। পৰিয়ালৰ লোকৰ উদ্ধৃতিৰে পিটিআই-এ প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীক পিতৃয়ে ঘৰলৈ জোৰকৈ লৈ আহি ডিঙি টিপি হত্যা কৰে।

বুধবাৰে বিয়লি প্ৰায় ৩ বজাত নিজ কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰি পিতৃয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd