• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2021 7:06 pm
a bjp
4.4k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই বিজেপি মিত্ৰজোঁটে আজি নতুন দিল্লীত ঘোষণা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা।

অগপ, বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত নতুন দিল্লীত ঘোষণা কৰা  হয় মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা। লক্ষ্যণীয় ভাবে এই তালিকাত বাদ পৰিছে বৰ্তমানৰ ১১ গৰাকীকৈ বিধায়কৰ নাম।অগপই প্ৰতিদ্বন্দিতা কৰিব চাবুৱা, আমগুৰি, টিয়ক, দেৰগাওঁ, গোৱালপাৰা পূব, পশ্চিম অভয়াপুৰী, যমুনামুখ, তেজপুৰ,  নাওবৈচা, বোকাখাত, কলিয়াবৰ, বঙাইগাওঁ,  ৰহা, বকো, মানকাছাৰ, সৰুক্ষেত্ৰী, কৰিমগঞ্জ, দলগাওঁ  আদি সমষ্টিত। আজি  ঘোষিত প্ৰাৰ্থী তালিকা খন এনেধৰণৰ—

জালুকবাৰী- হিমন্ত বিশ্ব শৰ্মা, মাজুলী-সৰ্বানন্দ সোণোৱাল, ঢেকীয়াজুলি-অশোক সিংঘাল, চতিয়া-পদ্ম হাজৰিকা, বিশ্বনাথ-প্ৰমোদ বৰঠাকুৰ, বিহালী-ৰঞ্জিত দত্ত, বটদ্ৰৱা-আঙুৰলতা ডেকা,পাটাছাৰকুছি-ৰঞ্জিত দাস ৰূপহীহাট- নাজিৰ হুছেইন, চামগুৰি- অনিল শইকীয়া, সৰুপথাৰ-বিশ্বজিৎ ফুকন, গোলাঘাট- অজন্তা নেওগ, খুমটাই- মৃণাল শইকীয়া, যোৰহাট- হিতেন্দ্ৰ নাথ গোস্বামী, তিতাবৰ-হেমন্ত কলিতা, মৰিয়নি-ৰমানী টাংপি, নাজিৰা-ময়ুৰ বুঢাাগোঁহাই, মাহমৰা- যোগেন মোহন, সোণাৰি- যোগেন থাৱৰ, শিৱসাগৰ- সুৰভি ৰাজকোঁৱৰ, বিহপুৰীয়া- অমিয় ভূঞা, লখিমপুৰ- মানৱ ডেকা, ঢকুৱাখানা- নৱ কুমাৰ দলে, ধেমাজি- ৰণোজ পেগু, জোনাই- ভূৱন পেগু, মৰাণ- চক্ৰধৰ গগৈ, ডিব্ৰুগড়-প্ৰশান্ত ফুকন, লাহোৱাল- বিনোদ হাজৰিকা, তেৰছ গোৱালা, ডিগবৈ-সুৰেণ ফুকন, মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা, শদিয়া- বলিন চেতিয়া,

দ্বিতীয় পৰ্যায়-

ৰাতাবাৰী- বিজয় মালাকৰ, পাথাৰকান্দি- কৃষ্ণেন্দু পাল, শিলচৰ-দিপায়ন চক্ৰৱৰ্তী, ঢলাই- পৰিমল শুক্লবৈদ্য, উধাৰবন্দ- মিহিৰকান্তি সোম, বৰখলা- অমলেন্দু দাস, হাফলং-নন্দিতা গাৰলোচা, বোকাজান- নোমল মোমিন, হাওৰাঘাট- ডিফু- বিদ্যা সিং ইলেং,, বৈথালাংছো- ৰূপসিং তেৰাং, কমলপুৰ-দিগন্ত কলিতা, ৰঙিয়া- ভৱেশ কলিতা, নলবাৰী- জয়ন্ত মল্ল বৰুৱা, পানেৰী- বিশ্বজিৎ দৈমাৰী, কলাইগাঁও-মধুৰাম ডেকা, মঙলদৈ- গুৰুজ্যোতি দাস , মাজবাট-জিতু কিশান, জাগীৰোড-পিষুষ হাজৰিকা, মৰিগাঁও-ৰমাকান্ত দেউৰী, বঢ়মপুৰ-জিতু গোস্বামী, নগাঁও-ৰূপক শৰ্মা।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd