• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ হুংকাৰ অসাৰ: অসমক বিদেশীমুক্ত কৰিবলৈ আৰু পাঁচ বছৰ বিচাৰিলে অমিত শ্বাহে!

হিমন্তৰ মুখত এইবাৰ ২৬ লাখৰ সলনি ১ লাখ নিৱনুৱাৰ কথা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 14, 2021 6:22 pm
a amit
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে  অসমলৈ আহি নৰেন্দ্ৰ মোদীয়ে হুংকাৰ দিছিল যে অসমত বিজেপি চৰকাৰ গঠনৰ পিছতে বাংলাদেশীয়ে তালি-টোপোলা বান্ধিব লাগিব। মোদীৰ সেই হুংকাৰ বিগত পাঁচ বছৰত অসাৰ প্ৰতিপন্ন হ’ল।

ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান।

Apply Now

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিজেপিয়ে আৰম্ভ কৰিছে আগ্ৰাসী প্ৰচাৰ অভিযান।

আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইস্থিত দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পত দিনৰ ২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ষ্টাৰ কেম্পেনাৰ অমিত শ্বাহে মাৰ্ঘেৰিটাৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

ভাষণ আৰম্ভ কৰাৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰে।

লগতে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ লগতে বানপানী সমস্যাৰ স্থায়ী সমাধান বাবে অসমবাসীৰ পৰা আৰু পাঁচ বছৰ বিচাৰে অমিত শ্বাহে। সভাত অংশগ্ৰহণ কৰি বিত্ত, শিক্ষা, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে।

কংগ্ৰেছ আৰু AIUDFক মোগলৰ সৈতে তুলনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিয়ে। অসমীয়াই মোগলক ১৭ বাৰ হৰুৱালে আৰু এবাৰ হৰুৱাম।

বিজেপিয়ে পাঁচ বছৰত দহ লাখ লোকৰ জীৱিকাৰ পথ মুকলি কৰি দিব। প্ৰথম এটা বছৰত ১ লাখ চাকৰি দিম। আধুনিক পদ্ধতিৰে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য্য চলোৱা হ’ব।

উল্লেখ্য বিগত বিধানসভা নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ২৬ লাখ নিৱনুৱাক সংস্থাপিত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও লাখ লাখ নিবনুৱাক সংস্থাপন দিয়াটো বাদেই নিযুক্তিৰ পৰীক্ষা কেইটাও বিজেপিয়ে ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰিলে।

জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিম। দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ স্থাপন কৰিব। লগতে ১০লাখ যুৱক যুৱতীলৈ স্বয়ম আঁ‌চিনৰ অধিনত লোৱা হ’ব বুলি উল্লেখ কৰাৰ লগতে অৰুণোদয় ৮৩০ৰ পৰা ৩হাজাৰ টকালৈ বৃদ্ধি, প্ৰথম বছৰত ১লাখ চাকৰি আৰু ৫ বছৰত ১০লাখ যুৱক-যুৱতীক কৰ্মসংস্থপানৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে।

ইফালে ভাস্কৰ শৰ্মাৰ হৈ ভোট ভিক্ষা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক ডেৰ লাখ ভোটত জয়যুক্ত কৰিব লাগিব।

দুৰ্নীতি মুক্ত অসম আমি গঢ়িলো। অসমত এতিয়া কোনো দুৰ্নীতি নাই। ৰাইজৰ ধন আমি আত্মসাৎ কৰা নাই বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd