• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্রৱেশ নিষিদ্ধ : কিয় এই সিদ্ধান্ত ল’লে আয়োজক দেশ জাপানে ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2021 8:21 pm
Tokyo-Olympics-2021-to-go-ahead-with-or-without-Covid-19
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ ৰাজধানীত অনুষ্ঠিতব্য ‘টকিঅ’ অলিম্পিক ২০২০’ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আয়োজক কমিটিয়ে। বৰ্তমানেও বিশ্বৰ বিভিন্ন দেশত কোভিড সংক্ৰমণ ঘটি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

শনিবাৰে আয়োজক কমিটিয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আগন্তুক অলিম্পিক আৰু পেৰালিম্পিকত আন্তঃৰাষ্ট্ৰীয় দৰ্শকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

বিশ্বৰ বিভিন্ন দেশৰ ক্ৰীড়া অনুৰাগীয়ে ক্ৰয় কৰা অলিম্পিকৰ প্ৰৱেশ পত্ৰৰ মূল্য ঘূৰাই দিব আয়োজক কমিটিয়ে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি, আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটি, টকিঅ’ মেট্ৰ’পলিটান গভাৰ্ণমেণ্ট, টকিঅ’ অলম্পিক আয়োজক কমিটি আৰু জাপান চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা বুলি বিবৃতিটোত কোৱা হৈছে।

“বৰ্তমানো জাপানসহ বিশ্বৰ কেবাখনো দেশত কোভিড এতিয়াও প্ৰত্যাহ্বানজনক হৈ আছে আৰু কেবা প্ৰকাৰৰো ষ্ট্ৰেইনৰ উদ্ভৱ হোৱাৰ ফলত বিশ্বব্যাপি আন্তজাৰ্তিক ভ্ৰমণ সীমাৱদ্ধ হৈ আছে।” বিবৃতিটোত এইদৰে কোৱা হৈছে।

এনে এক মহামাৰীৰ পৰিস্থিতিত জাপানত বিদেশী লোকৰ প্ৰৱেশ সম্ভৱপৰ হৈ উঠা নাই বুলি উল্লেখ কৰি বিবৃতিটোত আৰু কোৱা হৈছে যে ইতিমধ্যে টিকট সংগ্ৰহ কৰা বিদেশী দৰ্শকসকলক অলিম্পিক আৰু পেৰালিম্পিক ক্ৰীড়াৰ বাবে জাপানত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।

আয়োজক কমিটিৰ মতে এই সিদ্ধান্তই সকলো অংশগ্ৰহণকাৰী আৰু জাপানী জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ লগতে সুৰক্ষিতভাৱে খেলসমূহ পৰিচালনা কৰিবলৈ অৰিহণা যোগাব।

উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ বৃহত্তম ক্ৰীড়া মহোৎসৱখন বিশ্বব্যাপি কোভিড সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ বাবে স্থগিত ৰখা হৈছিল।

স্থগিত ৰখা টকিঅ’ অলিম্পিক ২০২০ ক্ৰীড়া মহোৎসৱখনি চলিত বৰ্ষৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ আৰু পেৰালিম্পিক ক্ৰীড়া ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd