• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পবিতৰা অভয়াৰণ্যত “ফ্ৰেন্ডচ অফ ৰাইন” শীৰ্ষক অভিযানত উৎফুল্লিত ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2021 1:10 pm
WhatsApp Image 2021-03-24 at 12.24.24
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মৰিগাঁও জিলাত অৱস্থিত এশিঙীয়া গঁড়ৰ বাবে অতি উপযুক্ত বাসস্থান পবিতৰা অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলত বসবাস কৰা  ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰথমবাৰৰ বাবে মঙ্গলবাৰে পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰি উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “আৰণ্যক”ৰ সচিব প্ৰধান ড: বিভৱ তালুকদাৰৰ নেতৃত্বত ৰাজ্যখনৰ গঁড় থকা অৰণ্যৰ কাষৰীয়া বিদ্যালয় আৰু মহাবিদ্যালয়ত “ফ্ৰেন্ডচ অফ ৰাইন” অৰ্থাৎ “গঁড়ৰ বন্ধু” শীৰ্ষক এক সজাগতা  অভিযান চলাই থকা হৈছে।

Apply Now

এই অভিযানৰ লগতে সংগতি ৰাখি আৰণ্যকৰ উদ্যোগত আৰু অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত পবিতৰা অভয়াৰণ্যৰ  গাতে লাগি থকা পশ্চিম মায়ং উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচিত প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক যশবন্ত দাস, প্ৰধান শিক্ষক আৰু অপৰ্না শইকীয়া, সহকাৰী  শিক্ষয়িত্ৰীৰ উপস্থিতিত মঙ্গলবাৰে পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰোৱাৰ লগতে প্ৰকৃতি সম্পৰ্কত শিক্ষা প্ৰদান কৰা হয়।

“আৰণ্যক”ৰ Rhino Research and Conservation Division ৰ manager আৰিফ হুছেইনে আঁত ধৰা সজাগতা অনুষ্ঠানত পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জ অফিচাৰ মুকুল তামুলী, ডেপুটি ৰেঞ্জাৰ ভিম বাহাদুৰ চেট্ৰী উপস্থিত থকাৰ লগতে কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশ কৰ্মী স্বপন নাথো উপস্থিত থাকে।

পবিতৰা অভয়াৰণ্য, এশিঙীয়া  গঁড়কে ধৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা, ছাত্ৰ –ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ এই ক্ষেত্ৰত কৰণীয় আদি সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক আৰণ্যকৰ তৰফৰ পৰা প্ৰশিক্ষণত ব্যৱহাৰ হোৱা সামগ্ৰীও প্ৰদান কৰা হয়।

ইফালে,  শিক্ষাৰ্থীসকলক অভয়াৰণ্যখনৰ  ভিতৰলৈ নি বন্যপ্ৰাণী বিশেষকৈ গঁড়ৰ আচাৰ-ব্যৱহাৰ, গঁড়ৰ জীৱনৰ কথা তথা হাতী, পহু, বনৰীয়া ম’হ, বিভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে পবিতৰা অভয়াৰণ্যৰ জৈৱবৈচিত্র সম্পৰ্কে চাক্ষুস প্ৰশিক্ষণ আগবঢ়োৱা হয়।

জীৱনত প্ৰথমবাৰৰ বাবে পবিতৰা অভয়াৰণ্যৰ বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্র দেখি ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd