• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-ভূটান সীমান্তৰ হৰিণচ’ৰাত আদিবাসী চেঙ্গেল অভিযানৰ দ্বাৰা আন্দোলন বিৰোধীৰ প্ৰতিমূৰ্তি দাহ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 30, 2021 6:24 pm
Bawa
350
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কাউলীৰ হৰিণচ’ৰাত আজি বাক্সা জিলা আদিবাসী চেঙ্গেল অভিযান নামৰ।আদিবাসী সম্প্ৰদায়ৰ সংগঠনটোৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আদিবাসী সকলৰ জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত সংগঠনটোৱে বিগত সময়ত ৰূপায়ন কৰা আন্দোলনৰ কাৰ্যসূচী সমূহত সহযোগ নকৰা নিজ জনগোষ্ঠীয় ব্যক্তি সকলৰ বিৰুদ্ধে সংগঠনটোৱে সৰৱ হৈ পৰে আৰু তেওঁলোকক জাতিদ্ৰোহী আখ্যা দি তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হয়।

কেন্দ্ৰীয় আদিবাসী চেঙ্গেল অভিযানৰ নিৰ্দেশ মৰ্মে আজি ৰাজ্যিক সমন্বয়ক বাজুম টুডুৱে প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি অঞ্চলটোৰ যিসকল মুখিয়াল ব্যক্তিয়ে চেঙ্গেল অভিযানৰ আন্দোলনৰ সময়চোৱাত সহায় সহযোগিতা আগবঢ়োৱা নাই বা আন্দোলনৰ বিপৰীত স্থিতি গ্ৰহন কৰি থকা দেখা গৈছে আজি তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।

তেওঁ কয়- অসমৰ আদিবাসী সকলক শীঘ্ৰেই জনজাতিকৰন কৰা, ভাৰতত চলি থকা চৰ্ণা ধৰ্মৰ ক’লম কোড প্ৰদান কৰা আন্দোলন সমগ্ৰ ভাৰতবর্ষত চলি থকা সময়ত অসমৰ গাঁৱে ভূয়ে থকা একাংশ লোকৰ অমনোযোগিতা দেখা গৈছে।

সেই বাবে আজি নিজৰ জনগোষ্ঠীৰ একাংশ লোকৰ বিৰুদ্ধে এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি ব্যক্ত কৰে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আদিবাসী চেঙ্গেল অভিযানৰ বাক্সা জিলা সমিতিৰ সভাপতি চিদল মুৰমু মূৰ্মু, মহিলা মৰ্চাৰ প্ৰমিলা টুডু, মাঝি পাৰগনাৰ ৰঘু কিচকু, অসম প্ৰদেশ সমিটিৰ সমন্বয়ক বাজেন টুডু সহিতে প্ৰায় দুই শতাধিকৰো অধিক লোক উপস্থিত থাকে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd