• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছট্টিশগড়ৰ আক্ৰমণৰ পিছত অভিভাৱকসকললৈ মাওবাদীৰ আহ্বান; ‘সন্তানক নিৰাপত্তা বাহিনীলৈ নপঠাব’

দেশৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন মাওবাদীৰ; ২৬ এপ্ৰিলত দেশজোৰা ভাৰত বন্ধৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 5:57 pm
naxals-1561344519
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এম্বুশৰ দ্বাৰা ২২ গৰাকী নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ পিছত মুখ খুলিছে নিষিদ্ধ ঘোষিত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাওবাদী) তথা মাওবাদীৰ নেতৃত্বই।

মাওবাদীৰ আক্ৰমণত ২২ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ পিছত যোৱা সোমবাৰে ছট্টিশগড় ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Apply Now

ছট্টিশগড় ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে উগ্ৰবাদ বিৰোধী যুঁজক ‘নিৰ্ণায়ক ৰূপ’ দিয়াৰ বাবে ২২ গৰাকী ছহিদৰ ত্যাগ স্মৰণীয় হৈ থাকিব আৰু এই যুঁজখনৰ ‘গ্ৰহণযোগ্য সমাপ্তি’ৰ বাবে অভিযান তীব্ৰতৰ কৰা হ’ব।

গৃহমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ যোগে তেওঁলোকৰ যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলিহে দাবী কৰিছে।

“অমিত শ্বাহে কাৰ ওপৰত প্ৰতিশোধ ল’ব? নিপীড়িত লোক আৰু মাওবাদী একে আৰু দিনক দিনে, নিপীড়িত লোকসকলে পুঁজিবাদী আৰু ব্ৰাহ্মণ্যবাদী চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে…।” মাওবাদীৰ মুখপাত্ৰ অভয়ে সোমবাৰে বিবৃতিটোত কয়।

লগতে পঢ়ক : মাওবাদীৰ জিম্মাতে আছে অপহৃত কামাণ্ডো; শিবিৰসহ অপহৃত কামাণ্ডোৰ ফ’টো ভাইৰেল কৰিলে মাওবাদীয়ে

পিতৃ-মাতৃ তথা অভিভাৱকসকলক তেওঁলোকৰ সন্তানক নিৰাপত্তা বাহিনীলৈ প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰি সংগঠনটোৱে লগতে কয়, “আমি বিশ্বাস কৰো যে বাহিনীত নিযুক্তি পোৱাসকলো শোষিত লোকসকলৰ অংশ আৰু যেতিয়া তেওঁলোকে আমাৰ সৈতে যুঁজিবলৈ অস্ত্ৰ লৈ আহে তেতিয়া যুঁজ দিয়াটো আমাৰ বাধ্যবাধকতা। মৃতকৰ পৰিয়ালৰ প্ৰতি আমাৰ সহানুভূতি আছে আৰু চিপিআই (মাওবাদী)য়ে জনসাধাৰণক তেওঁলোকৰ সন্তানক নিৰাপত্তা বাহিনীত যোগদান কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো।”

যোৱা চাৰি মাহত ২৮ গৰাকী মাওবাদীয়ে প্ৰাণ হেৰুৱা বুলি দাবী কৰি বিবৃতিটোত কোৱা হৈছে যে এই সময়ছোৱাত মাওবাদীসকলে আত্মৰক্ষাৰ বাবে চলোৱা আক্ৰমণত প্ৰায় ১০০ গৰাকী নিৰাপত্তাৰক্ষী জোৱান মৃত্যু আৰু আহত হৈছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে যোৱা ছেপ্টম্বৰত প্ৰণয়ন কৰা বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত অব্যাহত থকা কৃষক বিদ্ৰোহলৈ সমৰ্থন ব্যক্ত কৰি মাওবাদী সংগঠনটোৱে অহা ২৬ এপ্ৰিলত দেশজোৰা ভাৰত বন্ধৰ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd