• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাইবাৰ প্ৰৱঞ্চকৰ জালত শিক্ষক-সাংবাদিক; ধন লুটিব নোৱাৰি হেক কৰিলে ম’বাইল নম্বৰ, তাৰপাছত…

ভুক্তভোগীৰ ম’বাইল হেক কৰি হেকাৰে বিভিন্ন সামাজিক মাধ্যমত প্ৰেৰণ কৰিলে অশ্লীল ছবি

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
April 10, 2021 10:00 am
Hacers story Puranigudam

হেকাৰৰ কবলত পৰা শিক্ষক-সাংবাদিকগৰাকী। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন তথ্য প্ৰযুক্তিবিদ্যাৰ উত্তৰণে এফালে যদি মানৱ সমাজক দ্ৰুত গতিত আগবঢ়াই নিছে, ঠিক একেদৰে ইয়াৰ বিৰূপ প্ৰভাৱে ভাৰক্ৰান্ত কৰি আহিছে আমাৰ মাজৰেই বহু জন লোককো।

এনে এক আশ্চৰ্যজনক ঘটনা শুকুৰবাৰে নিশা সংঘটিত হ’ল নগাঁও জিলাৰ পুৰণিগুদামৰ এজন শিক্ষক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ক্ষেত্ৰত।

Apply Now

চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি সামাজিকভাৱে অপদস্থ হ’ব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ল পুৰণিগুদাম অঞ্চলৰ শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাস।

বিয়লি এটি বিশেষ নম্বৰৰ পৰা অহা এটা ফোন কলৰ জৰিয়তে বহিঃৰাজ্যৰ এক অসাধু চক্ৰই অতি চাতুৰালিৰে প্ৰথম অৱস্থাত কুলপ্ৰদীপ দাসৰ পৰা নিজা বেংক-একাউণ্টৰ একান্ত ব্যক্তিগত তথ্য তথা অ’.টি.পি. আহৰণ কৰাৰ চেষ্টা চলায়।

কিন্তু বহু সময় ধৰি অজ্ঞাত ব্যক্তি গৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ পিছতো দাসৰ পৰা বিশেষ তথ্য আহৰণ কৰিব নোৱাৰি পৰৱৰ্তী সময়ত তেওঁ ব্যৱহাৰ কৰি থকা ম’বাইল নম্বৰটোকে হেক্ কৰি সামাজিক মাধ্যমত অপব্যৱহাৰ কৰে হিন্দীভাষী অসাধু ব্যক্তি জনে।

হেকাৰ জনে দাসৰ ম’বাইলৰ হোৱাটচএপ নম্বৰৰ জৰিয়তে একাধিক অশ্লীল আলোকচিত্ৰ বিভিন্ন সামাজিক মাধ্যমত তথা হোৱাটচএপ গ্ৰুপত আপলোড কৰি শিক্ষক তথা সাংবাদিকজনক নিশাৰ ভাগত ব্যতিব্যস্ত কৰি তোলে।

অৱশ্যে বহুজন সতীৰ্থ, সহকৰ্মী তথা শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত দাসৰ একাউণ্টৰ পৰা আপত্তিজনক ছবি সমূহ আপলোড হোৱা দৃষ্টিগোচৰ কৰি ততাতৈয়াকৈ অৱগত কৰোতেহে সমগ্ৰ কাণ্ডৰ বিষয়ে কুলপ্ৰদীপ দাসে জানিব পাৰে বুলি সদৰি দিয়ে সংবাদ মাধ্যমক।

শেষত উপায়হীন হৈ কুলপ্ৰদীপ দাসে সমগ্ৰ প্ৰৱঞ্চনা কাণ্ডৰ সন্দৰ্ভত উচিত তদন্তৰ আহ্বান জনাই পুৰণিগুদাম আৰক্ষী পহৰা চকীত এটি গোচৰ ৰুজু কৰাত আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰা পৰিলক্ষিত হয়।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd