• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিষ্যৰ হাতত হাৰ মানিলে গুৰু! ধোনী মেজিক নচলিল,ঋষভ উজলিল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 8:42 am
CSK vs DELHI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৱাংখাড়েত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত স্নায়ু যুঁজত শিষ্য ঋষভ পন্টে পৰাস্ত কৰিলে গুৰু মহেন্দ্ৰ সিং ধোনীক। অধিনায়ক হিচাপে বা নিজৰ বেটিং চতুৰতা দুয়োটাতে ব্যৰ্থ হ’ল ধোনী।

চেন্নাইয়ে বান্ধি দিয়া ১৮৯ৰাণৰ লক্ষ্য অনুসৰণ কৰি দিল্লীয়ে ৮টা বল খেলিবলৈ বাকী থকা অৱস্থাতে সাত উইকেটত হেলাৰঙে বিজয় সাৱ্যস্ত কৰে।

Apply Now

টছত জিকি প্ৰথমতে ফিল্ডিঙৰ সিদ্ধান্ত লয় দিল্লীৰ অধিনায়ক ঋষভ পন্টে। ভাৰতীয় ক্ৰিকেটৰ নতুন হাৰ্টথ্ৰব ঋষভৰ সিদ্ধান্তৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় দলৰ বলাৰসকলে।

আৰম্ভণিতেই ঋতুৰাজ(৫) আৰু ডুপ্লেছিছ(০)ৰ উইকেট দখল কৰে দিল্লীৰ বলাৰে। তাৰপাছতে মঈন আলী আৰু সুৰেশ ৰাইনাই চেন্নাইৰ ইনিংছ আগবঢ়াই নিয়ে।

মঈন ৩৬ৰাণ কৰি আউট হয় যদিও ৰাইনাই ৩৬টা বলত ৫৪ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে। ৰাইনা ৰাণ আউট হোৱাৰ পাছত আম্বাতি ৰায়ডু(২৩), জাডেজা (২৬ অপপৰাজিত) আৰু শ্যাম কুৰানৰ আক্ৰমণাত্মক বেটিঙৰ সহায়ত চেন্নাইয়ে ১৮৮ৰাণৰ কৰে।

কুৰানে মাত্ৰ ১৫টা বলতে ৩৪ৰাণ কৰে। তেওঁ মুঠতে চাৰিটা চাৰি আৰু দুটা ছয় কোবায়। কিন্তু সকলোৰে দৃষ্টি আৱদ্ধ হৈ থকা মহেন্দ্ৰ সিং ধোনীয়ে স্ক’ৰ কৰাত ব্যৰ্থ হ’য়। মাত্ৰ দুটা বল খেলিয়েই আবেশ খানৰ বলত ক্লীনব’ল্ড হয় ধোনী।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি দিল্লীৰ দুই অপেনাৰ পৃথ্বী শ্ব’ আৰু শিখৰ ধাৱানে সম্পূৰ্ণ নিজস্ব ভংগীত বেট চলায়। দুয়োজনে এপেনিং যুটীত ১৩৮ৰাণ যোগ দিয়ে।

ইয়াৰ পাছত যেতিয়া ১৩.৩ অভাৰত পৃথ্বী আউট হয় তেতিয়া তেওঁৰ নামত লিখা হৈ যায় ৩৮বলত ৭২ ৰাণৰ এক দৰ্শণীয় ইনিংছৰ কাৰনামা। সেইদৰে ৫৪টা বলত ৮৫ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি আউট হয় শিখৰ ধাৱান।

কিন্তু এইটোৱে দিল্লীক আকাংখিত বিজয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰিলে। অধিনায়ক ঋষভ পন্ট আৰু হেটমেয়াৰে অনায়াসে দলক নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd