• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ৩৩ বছৰীয়া পণ ভংগ কৰিলে সত্তৰ উৰ্ধ্বৰ বিজেপি কৰ্মীয়ে; কি আছিল সেই পণ?

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
May 13, 2021 1:32 pm
Sankar Biswash

পণ ভংগৰ আগৰ আৰু পাছৰ শংকৰ বিশ্বাস। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো অনুষ্ঠান-প্ৰতিষ্ঠান অথবা নিজৰ দলৰ বাবে কিমান ত্যাগ স্বীকাৰ কৰিব পাৰে এজন নিষ্ঠাবান নেতা-কৰ্মীয়ে? তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱাইছে চামগুৰিৰ বৰবালিটোপৰ এজন জ্যেষ্ঠ বিজেপি কৰ্মীয়ে।

শংকৰ বিশ্বাস নামৰ সত্তৰ উৰ্ধ্বৰ ব্যক্তি গৰাকীয়ে বিগত ৩৩ বছৰৰ পূৰ্বেই প্ৰতিজ্ঞা কৰিছিল যে, যিদিন পৰ্য্যন্ত অসমত বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰিব সেই দিন ধৰি তেওঁ দাড়ি-চুলি নকটাৰ উপৰিও ভৰিত নিপিন্ধে জোটা-চেণ্ডেল অথবা হাতত নিপিন্ধে ঘড়ী।

Apply Now

কালক্ৰমত অসমত প্ৰথমবাৰ বিজেপি দলে চৰকাৰ গঠন কৰাৰ সময়ত শাৰীৰিক অসুস্থতাৰ বাবে শংকৰ বিশ্বাসে তেওঁৰ পণ ভাঙিব নোৱাৰিলে যদিও এইবাৰ দ্বিতীয় বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাত একান্ত নিষ্ঠাবান স্থানীয় জ্যেষ্ঠ তৃণমূল নেতা গৰাকী উৎফুল্লিত হৈ পণ ভংগ কৰিলে।

বুধবাৰে বিয়লি একাংশ দলীয় নেতা-কৰ্মীৰ সাক্ষাতত নিজৰ পণ ভংগ কৰি ১৯৮৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চুলি-দাড়ি কটোৱাই নহয় ভৰিত পৰিধান কৰিলে জোতা-চেণ্ডেলৰ লগতে হাতত ঘড়ী।

এই মুহূৰ্তটোক এক পবিত্ৰ ক্ষণ বুলি মানি লৈ শংকৰ বিশ্বাসৰ ঘৰত উপস্থিত হোৱা বিজেপিৰ দলীয় নেতা-কৰ্মী সকলে জ্যেষ্ঠ তৃণমূল নেতা গৰাকীক  অতি আৱেগেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা দেখা যায়।

উল্লেখযোগ্য যে, চামগুৰি সমষ্টিত প্ৰথম বিজেপিৰ ভেটি গঢ় দিয়া অন্যতম সৰবৰাহী জ্যেষ্ঠ তৃণমূল নেতা শংকৰ বিশ্বাসৰ এই ৩৩ বছৰীয়া অক্লান্ত প্ৰতিজ্ঞাৰ বিষয়ে সমষ্টিৰ প্ৰায় সৰহ সংখ্যক লোকেই জানিছিল তথা সন্মান জনাইছিল।

ভাৰত মাতৃৰ প্ৰতি থকা তেওঁৰ অফুৰন্ত দেশপ্ৰেমৰ কথাও সকলোৰে অৱগত আছিল।

ইফালে ৰাজ্যত নিজ দলৰ সফলতা আৰু চামগুৰিতো পূৰ্বৰ তুলনাত বিজেপিৰ চমকপ্ৰদ উত্থান প্ৰত্যক্ষ কৰি এতিয়া সন্তুষ্টি প্ৰকাশ কৰা দলৰ পিতামহ স্বৰূপ শংকৰ বিশ্বাসে বুধবাৰে বিয়লিও ভাৰত মাতা জয়ধ্বনিৰে মুখৰিত কৰি তোলে চৌপাশ।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd