• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাদ্যৰ বিষক্রিয়াত নহয়, বজ্ৰপাততে নিহত হৈছিল বামুণী পাহাৰৰ ১৮ টাকৈ হাতীৰ : বিশেষজ্ঞৰ দাবী

by
May 24, 2021 2:43 pm
elephants-death
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লগতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰা অসমৰ নগাঁও জিলাৰ মিকিৰ বামুণী পাহাৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা ১৮ টা হাতী খাদ্যৰ বিষক্ৰিয়াত নহয়, উচ্চ প্ৰাৱল্যৰ বিদ্যুতেৰে দগ্ধ হোৱাৰ ফলতহে মৃত্যু হৈছিল। এই কথা নিশ্চিত কৰিছে বিশেষজ্ঞৰ দলে।

দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় পাথ’ল’জি বিভাগে প্ৰকাশ কৰা হিষ্টপাথ’ল’জিকেল প্ৰতিবেদনত কোৱা হৈছে যে শৰীৰত উচ্চ প্ৰাৱল্য বিদ্যুৎসঞ্চাৰ বাবেই ১৮ টাকৈ হাতীৰ মৃত্যু হৈছিল। অৰ্থাৎ বজ্ৰপাতৰ ফলতে মৃত্যু হৈছে হাতীকেইটাৰ।

Apply Now

উল্লেখ্য যে যোৱা ১৩ মে’ তাৰিখে নগাঁও জিলাৰ বহমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুণী পাহাৰত ৰহস্যজনকভাৱে ১৮ টা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

প্ৰথমাৱস্থাত স্থানীয় লোকে পুৱাভাগত পাহাৰৰ হাতীপতিত হাতীকেইটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে আৰু ঘটনাস্থলীত ততাতৈয়াকৈ বনবিভাগৰ লোকৰ সৈতে স্থানীয় লোক আৰু পৰিৱেশ সুৰক্ষামূলক সংস্থাসমূহৰ সদস্যসকলো উপস্থিত হয়।

বনবিভাগে উক্ত হাতীকেইটা বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি সদৰী কৰিলেও বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠন আৰু পৰিৱেশ সুৰক্ষামূলক সংস্থা আৰু ৰাইজে ১৮ টাকৈ হাতী খাদ্য বিষক্ৰিয়াত মৃত্যু হোৱাৰ সন্দেহ কৰি নিৰপেক্ষ আৰু উচিত তদন্তৰ দাবী উত্থাপন কৰিছিল।

কিন্তু বিশেষজ্ঞৰ প্ৰতিবেদনৰ মতে হাতীকেইটাৰ খাদ্যৰ বিষক্ৰিয়াত নহয়, শৰীৰত উচ্চ প্ৰাৱল্যৰ বিদ্যুৎসঞ্চাৰ হোৱাৰ ফলতহে হাতীকেইটাৰ মৃত্যু ঘটিছিল।

প্ৰতিবেদনত কোৱা হৈছে যে হাতীকেইটাৰ শৰীৰ ক্ষতচিহ্নসমূহে উচ্চ প্ৰাৱল্যৰ বিদ্যুতৰ ফলতে দগ্ধ হোৱাৰ ইংগিত পোৱা গৈছে।

বিশেষজ্ঞৰ এই প্ৰতিবেদনৰ পিছতে বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱাৰ ৰহস্য আনুষ্ঠানিকভাৱে অন্ত পেলালেও অন্য কিছুমান অনুষংগিক প্ৰশ্ন ৰৈ যোৱা বুলিও ক’ব পাৰি।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd