• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ দ্বিতীয় ঢৌ : আইএমএ-য়ে প্ৰকাশ কৰিলে দেশত মৃত্যু হোৱা চিকিৎসকৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2021 6:12 pm
index.jpg22
421
VIEWS
Share on FacebookShare on Twitter

দেশত আতংকৰ সৃষ্টি কৰা কোভিডৰ দ্বিতীয় ঢৌৱে কেৱল সাধাৰণ মানুহৰ জীৱনে হানি কৰা নাই, কোভিড ৰোগীৰ চিকিৎসাত নিয়োজিত বহু চিকিৎসকৰো জীৱন কাঢ়ি নিছে।

ইণ্ডিয়ান মেডিকেল এচ’ছিয়েশ্যন( IMA)এ প্ৰকাশ কৰা তথ্য অনুসৰি কোভিডৰ দ্বিতীয়টো তৰংগত দেশত ৫০০ ৰো অধিক চিকিৎসকৰ মৃত্যু হৈছে।

IMAৰ তথ্য অনুসৰি দেশৰ ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৫০০ৰো অধিক চিকিৎসকৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত ৰাজধানী দিল্লী শীৰ্ষ স্থানত আছে।

কেৱল দিল্লীতে ১০৪ গৰাকী চিকিৎসকৰ কৰোনাৰ দ্বিতীয়টো তৰংগত মৃত্যু হৈছে।

দিল্লীৰ পিছতে দ্বিতীয় স্থানত আছে বিহাৰ। বিহাৰত কৰোনাক্ৰান্ত হৈ মৃত্যু হৈছে ৯৬ গৰাকীকৈ চিকিৎসক।

ইফালে উত্তৰ প্ৰদেশত ৫৩ গৰাকী, ৰাজস্থানত ৪২ গৰাকী, গুজৰাটত ৩২ গৰাকী, অন্ধ্ৰ আৰু তেলেংগানাত ২৯ গৰাকীকৈ, পশ্চিমবংগত ২৩ গৰাকী আৰু তামিলনাডুত ২১ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে।

ইফালে ওড়িশাত ১৮ গৰাকী, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ১৬ গৰাকী, কৰ্ণাটকত ৮ গৰাকী, অসমত ৭ গৰাকী, কেৰলা আৰু মণিপুৰত ৫ গৰাকীকৈ, ছত্তিশগড়ত আৰু জম্মু আৰু কাশ্মীৰত ৩ গকাৰীকৈ, হাৰিয়ানা, পঞ্জাৱ, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডত ২ গৰাকীকৈ আৰু পডুচেৰীত ১ গৰাকী চিকিৎসকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

IMAৰ তথ্য মতে কৰোনাৰ প্ৰথমটো ঢৌত ভাৰতত মুঠ ৭৪৮ গৰাকী চিকিৎসকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

Tags: COVID-19

Recent News

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd