• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ অভয়াখুটিত দুই কিশোৰীৰ ‘আত্মহত্যা’ৰ নতুন মোৰ: পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 13, 2021 3:51 pm
Suicide-by-hanging-768x611-750x375

প্ৰতিনিধিত্বমূলক ফটো।

298
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ অভয়াখুটিৰ চাঞ্চল্য ঘটনাত জড়িত পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত হল ক্ৰমে ধুবুৰীৰ হানিফ শেখ(২০), কোকৰাঝাৰৰ জাহানুৰ ইছলাম(২৩), শংকৰদেৱ বৰ্মন(২৭), মহম্মদ আফটাফ আলী(২৬) আৰু মোজামেল শেখ(২০)। কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰ নং ৪৪০/২০২১ ইউ /এছ ১২০(বি)/৩০২ আই পি চি ত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে।

পোষ্ট মৰ্টেম প্ৰতিবেদন কাইলৈ পোৱাৰ সম্ভাৱনা আছে। পি এম ৰিপৰ্টৰ পিছতহে স্পষ্ট হব চাঞ্চল্যকৰ ঘটনাটোৰ ৰহস্য।

ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি উল্লেখ কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় টুৱেই |

কোকৰাঝাৰ অভয়াখুটি গাওঁত শুকুৰবাৰে সংঘটিত দুজনী কিশোৰীৰ চাঞ্চল্যৰ মৃত্যুৰ পৰিস্থিতিৰ বুজ ল’বলৈ আজি কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ঘটনাস্থলীত পুৱা ১১.১৮ বজাত উপস্থিত হৈ তেওঁ ভুক্তভোগী পৰিয়ালৰ সদস্য সকলৰ সৈতে বাৰ্তালাপ কৰে। ঘটনাৰ সম্পূৰ্ণ পৰিস্থিতি তথা চৰজমিন তদন্ত কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দুয়োজনী জনজাতি ছোৱালীৰ মৃত্যু হত্যা নে আত্মহত্যা সেয়া তদন্তৰ পিছত ওলাই পৰিব। হত্যা হ’লে দোষীয়ে শাস্তি পাব আৰু আত্মহত্যা হ’লে আত্মহত্যাৰ কাৰণ উলিওৱা হব।

ইপিনে, মৃত্যু হোৱা কিশোৰী সৈতে কথা বতৰা পতা লোকৰ সম্ভেদ পোৱা গৈছে আৰু এইক্ষেত্ৰত চাৰি পাঁচজন লোকক সোধপোছৰ বাবে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

আনহাতে, দুৰাৰোগ্য ৰোগত পুনৰ আক্ৰান্ত হৈ দিল্লীৰ এইমছত কালি সন্ধিয়া চিকিৎসাৰ বাবে যোৱা ৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়োৰ খবৰ লোৱা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd