• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত্যুৰ চাৰিদিন পিছত সমাধিস্থ কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মুৰব্বীগৰাকীক

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 4:28 pm
New-Project-1-14-750x375
367
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চকু থৰ লগোৱা সৰ্বৃহৎ পৰিয়ালৰ মুৰব্বী জিওনা চানাৰ মৃতদেহ আজি মিজোৰামত সমাধিস্থ কৰা হয়।মৃত্যুৰ চাৰিদিন পিছত জিওনা চানাৰ জন্ম গাঁও চেৰচিপ জিলাৰ চুন্থাৰ লাংনুৱামত চমক সৃষ্টিকাৰী লোক জনক সমাধিস্থ কৰা হয়।

গাঁৱৰ মুৰব্বী ৰামজুৱাভাইপ্ৰকাশ কৰা মতে আজি চুন্থাৰ সম্প্ৰদায়ৰ ৰীতি-নীতি অনুসৰি সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি জিওনা চানাৰ মৃতদেহ সমাধিস্থ কৰা হয়।

সোমবাৰৰ নিশা ৯ বজালৈকে জিওনা চানাৰ পৰিয়ালৰ সদস্যসকলে চানাৰ মৃত্যু ঘটাৰ কথাটো মানি লোৱা নাছিল।

তেওঁলোকে দাবী কৰিছিল যে চানাৰ হৃদ স্পন্দন তেতিয়াও সক্ৰিয় হৈ আছে। পিছত যেনিবা তেওঁলোকে চানাৰ মৃত্যু ঘটাৰ কথাটো মানি লৈছিল।

উল্লেখ্য বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালৰ মুৰব্বী হিচাপে পৰিচিত মিজোৰামৰ জিওনা চানাৰ দেওবাৰে ৭৬ বছৰ বয়সত আইজলৰ এখন হাস্পাতালত মৃত্যু হৈছিল। চানা উচ্চ ৰক্তচাপ আৰু মধুমেহৰ সমস্যাত ভূগি আছিল।

জিওনা চানাৰ বৃহৎ পৰিয়ালটোত আছিল ৩৮ গৰাকী পত্নী, ৮৯টা সন্তান, ১৪গৰাকী বোৱাৰী আৰু ৩৬টাকৈ নাতি-নাতিনী।

বিশ্ববাসীৰ বাবে আশ্চৰ্য জিওনা চানাই এনে এক বৃহৎ পৰিয়ালক একেলগে বান্ধি ৰখাৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰি আহিছে।

১৯৪৫ চনত জন্ম লাভ কৰা মিজোৰামৰ ছাৰ্চিপ জিলাৰ বকটাৱং টাংনুয়াম গাঁৱৰ বাসিন্দা আছিল জিওনা চানা। তেওঁৰ এই বৃহৎ পৰিয়ালটোৰ বাবেই গাঁওখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে।

জিওনাই প্ৰথম ১৭বছৰ বয়সত তেওঁতকৈ ৩বছৰ ডাঙৰ এগৰাকী যুৱৱতীক বিয়া কৰাইছিল। অন্তিমবাৰ তেওঁ ২০০৪চনত বিয়া কৰাইছিল।

জিওনা চানাই এটা ‘নিউ জেনেৰেশ্যন হোম’ বুলি চাৰিমহলীয়া ঘৰ সাজিছিল। এই ঘৰটোতে তেওঁৰ পত্নীকেইগৰাকীৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলেও বাস কৰিছিল। অৱশ্যে, তেওঁৰ জীয়েককেইগৰাকী নিজৰ পতিসকলৰ সৈতে সুকীয়াকৈ বাস কৰিছিল।

২০১৪ চনত এই বৃহৎ পৰিয়ালটোক এক বাচন-বৰ্তন ধোৱা সামগ্ৰীৰ বিজ্ঞাপনতো দেখা গৈছিল।

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই জিওনা চানাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।  টুইটাৰৰ এক বাৰ্তাত তেওঁ কয়, ‘’ বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী হিচাপে পৰিচিতি লাভ কৰা  জিওনক গভীৰ অন্তৰেৰে বিদায় জনাইছো । ৩৮ গৰাকী পত্নী আৰু ৮৯ টা সন্তানৰ সৈতে একেলগে থকা পৰিয়ালটোৰ বাবে মিজোৰাম আৰু বকটাৱং টাংনুয়াম গাওঁখন পৰ্যটকৰ এক মুখ্য আকৰ্ষণ হৈ পৰিছে। ৰেষ্ট ইন পিচ চাৰ।‘’

Recent News

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd