• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ; ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ-মেৰামতি চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰ

ইয়াছিন আলী by ইয়াছিন আলী
July 1, 2021 1:58 pm
IMG_20210630_091428

ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তনৰ ঢাকঢোল বজাই থকাৰ সময়তে তাৰ সম্পুৰ্ণ ওলোটা ছবি প্ৰতিফলিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ এটা উপ স্বাস্থ্য কেন্দ্ৰত।

চৰকাৰে বজোৱা স্বাস্থ্য খণ্ডৰ আমুল পৰিৱৰ্তনৰ ঢাক ঢোল বাস্তৱত যেন অসাৰ। চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰত চৰকাৰী আঁচনিৰ পৰিৱৰ্তে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ আৰু মেৰামতি কৰিছে উপস্বাস্ত্য কেন্দ্ৰৰ গৃহ।

বঙাইগাঁও জিলাৰ উত্তৰ অভA sub য়াপুৰী সমষ্টিৰ ৩নং জামদহাৰ উপ স্বাস্থ্য কেন্দ্ৰৰ নাজল নাথল অৱস্থা। ১৯৮৩ চনত চৰকাৰে স্বীকৃতি দিয়া এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ এনে অৱস্থা হোৱাত আচৰিত যেন লাগিলেও ই সচাঁ।

এই উপ স্বাস্থ্যকেন্দ্ৰটোৰ নামত আছে ৬ বিঘা মাটি। সেয়া ১৯৯১ চনত আবন্টন দিয়া হয় যদিও আন্তঃগাঁথনিৰ কোনো উন্নয়ন নহ’ল। অতিকৈ পিছ পৰা এই অঞ্চলৰ ৰাইজৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটো অতিকৈ মূল্যৱান সম্পদ বুলিয়ে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ আৰু মেৰামতি কৰা হৈছে।

এখন বিভিন্ন সুবিধা সম্বলিত গৃহৰ বাবে বহু আবেদন নিৱেদন কৰি সুফল পোৱা নাই ইয়াৰ গঞা ৰাইজে। উপায় নাপাই ৰাইজৰ পৰা টকা তুলি গৃহ নিৰ্মাণ কৰে যদিও বৰ্তমান সেয়া জহিখহি গৈছে।

সেয়ে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক এটা বিল্ডিং আৱন্টন দি এই অঞ্চলৰ ৰাইজক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd