• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাৰ্থীক পণবন্দী কৰা মূল্যায়ন পদ্ধতি বাতিল নকৰিলে প্ৰতিবাদৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 4, 2021 2:14 pm
SMSS

শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ প্ৰেছ ক্লাৱত আজি এক সংবাদ মেল সম্বোধন কৰে ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু যুটীয়া সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, দেবব্ৰত শইকীয়া তথা কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ পৰাশৰ কোঁৱৰে।

মেট্রিক,হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ বিশেষজ্ঞ সমিতিয়ে দিয়া মুল্যায়ন পদ্ধতিৰ বিৰোধিতা কৰি ছাত্র মুক্তিয়ে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিব পৰা সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

Apply Now

অসম চৰকাৰৰ শিক্ষা বিভাগে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দিয়া আসোঁৱাহপূর্ণ সিদ্ধান্ত বাতিলৰ দাবী জনায় ছাত্র মুক্তি সংগ্রাম সমিতিয়ে।

এই আসোঁৱাহপূর্ণ সিদ্ধান্তই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্রতি অনিশ্চয়তা নমাই আনিব বুলি মত ব্যক্ত কৰে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে।

এই সম্পৰ্কত ছাত্ৰ মুক্তিৰ নেতাত্ৰয়ে কয় যে অসম চৰকাৰ তথা শিক্ষা বিভাগে অসমৰ ৪ লাখ ৫০ হাজাৰ মেট্রিক আৰু ২ লাখ ৪২ হাজাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীৰ ভৱিষ্যত জীৱনক লৈ ল’ৰা ধেমালি কৰিছে।

ক’ভিড পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত নহয় বুলি ঘোষণা কৰা শিক্ষা বিভাগে ছাত্র-ছাত্রীসকলক কেনেদৰে মূল্যায়ন কৰি উত্তীর্ণ কৰা হ’ব তাকলৈ ১ জুলাইত  বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে মেট্রিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীৰ বাবে ৰাজহুৱা কৰা মূল্যায়ন পদ্ধতি অনুসৰি পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পোৱা মাৰ্কশ্বিটৰ কোনো মূল্য নাথাকিব।

যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক এক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিয়া হ’ব। এবাৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি কৈ পুনৰ ভৱিষ্যতত চাকৰি পাবলৈ ছাত্র-ছাত্রীসকলে পুনৰ পৰীক্ষাত বহিব লাগিব বুলি কোৱাটো এক হঠকাৰী সিদ্ধান্তত পৰিণত হৈছে বুলি কয় ছাত্ৰ নেতাকেইগৰাকীয়ে ।

এনে বেমেজালি ধৰণৰ মূল্যাংকন পদ্ধতিয়ে এতিয়া সকলোকে বিপাঙত পেলাইছে। ইয়ে চৰকাৰখনৰ গোটেই বিষয়টোৰ প্ৰতি অমনোযোগিতাকে বুজায়।

ছাত্র-ছাত্রীৰ বৃহত্তৰ স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি এই আসোঁৱাহপূর্ণ সিদ্ধান্ত বাতিল কৰিবই লাগিব বুলি কৈ ছাত্ৰ নেতাত্ৰয়ে অন্যথা ছাত্ৰ মুক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ দিয়া আৰু শংকাৰ মাজলৈ ঠেলি দিয়া এই সিদ্ধান্ত চৰকাৰখনে শীঘ্ৰেই বাতিল কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তিৰ নেতাকেইগৰাকীয়ে।

ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে।

সংবাদ মেলত সংগঠনটোৰ শীর্ষ নেতৃত্বই অতি শীঘ্ৰে ছাত্ৰ বিৰাোধী সিদ্ধান্ত বাতিল কৰি ছাত্র-ছাত্ৰীসকলক একেবাৰতে পাছ কৰাই ভৱিষ্যত সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd