• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমেই কাল হ’ল নেকি তামুলপুৰৰ এই যুৱকৰ? উদ্ধাৰ হ’ল নিৰুদ্দিষ্ট বিষ্ণুৰ অৰ্ধ গলিত মৃতদেহ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 8, 2021 5:02 pm
Tamulpur youth dead.png final

ঘটনাৰ বলি বিষ্ণু মগৰ (বাওঁফালে) আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিৰ সমীপৰ পাহাৰৰ টিলাত উদ্বাৰ হৈছে ১১ দিনে নিৰুদ্দেশ হৈ থকা বিষ্ণু মগৰ নামৰ প্রায় ২২ বছৰীয়া যুৱকৰ অৰ্ধগলিত মৃতদেহ।

যোৱা ২৭ জুনৰ পৰা ভূটান সীমান্তৰ দৰঙা মেলাস্থিত মেনকা চাহ বাগিচাৰ পৰা সন্ধানহীন হৈ আছিল বিষ্ণু মগৰ নামৰ যুৱকজন।

Apply Now

বুধবাৰে ৰহস্যজনকভাৱে বিষ্ণুৰ মৃতদেহ পাহাৰৰ টিলাত চিপ লোৱা অৱস্থাত  উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

উল্লেখ যে, যোৱা ২৭ জুন তাৰিখে বিষ্ণু মগৰ নামৰ যুৱকজনে তেওঁৰ প্ৰেমিকাক নিশা গোপনে লগ ধৰিবলৈ আহোঁতে প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ লগতে ম’বাইল ফোন কাঢ়ি লৈ ঘৰলৈ যাব দিয়াৰ অভিযোগ উত্থাপন হৈছে।

কিন্ত পিছদিনা পুৱালৈ যুৱকজন নিজ ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকে বিষ্ণু নিৰুদ্দিষ্ট হোৱা বুলি এজাহাৰ দাখিল কৰে কুমাৰীকাটা আৰক্ষী চকীত।

এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে ১১ দিনৰ অন্তত অৰ্থাৎ বুধবাৰে আবেলি ভাৰত-ভূটান সীমান্তৰ বগাজুলি বনাঞ্চলৰ ওচৰত দুৰ্গম পাহাৰৰ সু উচ্চ টিলাত স্থানীয় লোকে চিপ লৈ থকা অৰ্ধ গলিত মৃতদেহ প্ৰত্যক্ষ কৰে।

মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে কুমাৰীকাটা আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো বিষ্ণু মগৰৰ বুলি চিনাক্ত কৰাৰ পিছতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।

বিষ্ণু মগৰৰ পৰিয়াল আৰু স্থানীয় চাহ জনজাতি ছাত্র সংগঠনৰ অভিযোগ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

বিষ্ণু মগৰৰ প্ৰেয়সীৰ পৰিয়ালৰ লোকে বিষ্ণু মগৰক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৰাজদ্বীপ দাস, ভণ্ড গৌৰ, বিকি দেউৰী, জুহাল সৰকাৰ নামৰ চাৰিজন যুৱকক।

সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা চাহ জনজাতি ছাত্র সন্থাৰ বিষয়ববীয়া সকলে।

ঘটনাৰ তদন্তৰ বাবে মৃতদেহ উদ্ধাৰ হোৱা ঠাইত আজি উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্ত বিষয়াসকল।

ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোকক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে পৰিয়াল তথা চাহ জনজাতি ছাত্র সন্থাৰ বিষয়-ববীয়াই।

আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব এয়া প্ৰকৃততে হত্যা নে আত্মহত্যা।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd