• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এএমচিএইচত ১০০ বিচনাযুক্ত পেডিয়াট্ৰিক আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 17, 2021 8:48 am
632466-yuvrajsingh
204
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতাল(এএমচিএইচ)ত ১০০খন বিচনাযুক্ত আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যন আৰু এএমচিএইচৰ মাজত শুকুৰবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

বুজাবুজিৰ চুক্তি অনুসৰি, যুৱৰাজ সিং ফাউণ্ডেশ্যনে কোভিড-১৯ অতিমাৰীৰ সময়ত শিশুসকলৰ আপাতকালীন চিকিৎসাৰ বাবে এএমচিএইচক ১০০খন বিচনাযুক্ত আইচিইউৰ বাবে পুঁজি আগবঢ়াব।

এএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতিয়ে কয়,’’সাধাৰণতে যুৱৰাজ সিং ফাউণ্ডেশ্যনে শিশুৰ কৰ্কটৰোগৰ বাবে কাম কৰে যদিও কোভিড-১৯ অতিমাৰীৰ পাছত তেওঁলোকে গোটেই ভাৰতবৰ্ষতে ১০০বিচনাযুক্ত শিশুৰ আইচিইউৰ বাবে সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।‘’

‘’তেওঁলোকে প্ৰথম পৰ্যায়ত ৫০খন বিচনাৰ বাবে পুঁজি আগবঢ়াব আৰু তাৰ পাছত বাকী ৫০খন বিচনাৰ বাবে দিব,’’-তেওঁ কয়।

‘’পেডিয়েট্ৰিক আইচিইউৰ এই ১০০খন বিচনাৰ ভিতৰত ২০খন বিচনাত সম্পূৰ্ণ ভেন্টিলেটৰৰ ব্যৱস্থা থাকিব আৰু বাকী ৮০খন অক্সিজেন যুক্ত বিচনা এএমচিএইচৰ শিশু ৱাৰ্ডত স্থাপন কৰা হ’ব,’’-ডাঃ কাকতিয়ে জানিবলৈ দিয়ে।

প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে স্থাপন কৰা যুৱৰাজ সিং ফাউণ্ডেশ্যন হৈছে এটা নন-প্ৰফিট অৰ্গেনাইজেশ্যন।

এই ফাউণ্ডেশ্যনটোৱে ককৰ্ট ৰোগৰ সৈতে সম্পৰ্কিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপকভাৱে স্বাস্থ্যখণ্ডত কাম কৰি আহিছে।

অঞ্চলটোত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে ১৯৪৭চনত ডিব্ৰুগড়ত অসম মেডিকেল কলেজ হাস্পাতালখন স্থাপন কৰা হৈছিল।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd