• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সচিবালয়ৰ পৰাই প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ ঘটনাই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 17, 2021 5:24 pm
Phoni Gari
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেজৰ নাকতে খৰ! হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰি আহিছে।

খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰ পৰ্বকলৈ প্ৰচলিত আইনৰ দোহাই দি কোনো মন্ত্ৰী বিধায়ককে মাত নামাতিবলৈ সকিয়াই দিয়াৰ পিছতো ৰাজ্যৰ বিধানসভা চৌহদকে সুৰক্ষিত কৰিব পৰা নাই গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে।

Apply Now

এইবাৰ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে দুৰ্ভেদ্য বেহুত পৰিণত কৰা খোদ বিধানসভাৰ চৌহদৰ পৰাই গাড়ী চোৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ীয়েই চোৰে লৈ উধাও হোৱাৰ খবৰ সকলোৰে চকু থৰ লগাইছে।

বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা গাড়ী খন সচিবালয়ৰ চৌহদৰ পৰাই চোৰে চুৰি কৰি নিয়ে। কিন্তু নুমলীগড়ত বিধায়কগৰাকীৰ চুৰি হোৱা গাড়ী খন দুৰ্ঘটনাগ্রস্ত হোৱাৰ পিছত পোহৰলৈ গাড়ী চুৰিৰ ঘটনাটো।

তাৎপৰ্যপূৰ্ণভাবে বিধায়কগৰাকীৰ গাড়ীখন তেওঁৰ গাড়ী চালকেই চুৰি কৰা বুলি অভিযোগ উঠিছে।

দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিওজন লোক ক্ৰমে হাৰেজ আলী, আৰিফুল আলী, ছফিকুল আহমেদক আটক কৰিছে। সচিবালয় চৌহদৰ পৰাই কিদৰে গাড়ী খন চোৰে লৈ উধাও হ’ব পাৰিছিল সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিন্তু কথাটো হ’ল সচিবালয়ৰ ভিতৰত কাৰ গাড়ী সোমাইছে, কাৰ গাড়ী ওলাই গৈছে আদি তথ্য সমূহ সঠিক কৈ ৰখা নহয় নেকি? এনে পৰিস্থিতিত দুষ্ট চক্ৰই সচিবালয়ৰ নিৰাপত্তাৰ সুৰুঙা গ্ৰহণ কৰি ভয়াৱহ বিপদ ঘটাব পাৰে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am
ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am
ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd