• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ শিলাত অমানবীয় কাৰ্য; শ শ পক্ষী নিধন: পক্ষী নিধন কাৰ্যত জড়িত এজনক আটক

পুলেন্দ্র দাস by পুলেন্দ্র দাস
July 20, 2021 1:15 pm
Birds killed Barpeta

ফটো: নৰ্থইষ্ট নাও।

330
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ শিলাৰ কৃষি ভূমিত বিহ দিয়াৰ ফলত কালি শ শ পক্ষী নিধন হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে সকলকে ৷ কৃষিভূমিত বিষাক্ত বিহ দিয়াৰ ফলতেই কালি শ শ পক্ষীৰ মৃত্যু হৈছিল ৷

সোমবাৰে সংঘটিত পক্ষী নিধন কাৰ্য বুজ লোৱাৰ উদ্দেশ্যে আজি পুৱা শিলাৰ ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলে সহ আৰক্ষীৰ এটি দল।

পক্ষী নিধন ঘটনাক গুৰুত্ব সহকাৰে লৈ বৰপেটা জিলা প্ৰশাসনে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। জিলা আৰক্ষী প্ৰশাসনে কৃষিভূমি বন্ধকত লোৱা শিলা গাঁওৰ পজিৰুদ্দিন আহমেদৰ পুত্ৰ মান্নান আলীক আটক কৰি থানালৈ লৈ যায়।

উক্ত কৃষিভূমিৰ গৰাকী হৈছে শিলা গাঁওৰ হৰকুমাৰ শৰ্মা। কৃষিভূমিৰ প্ৰকৃত গৰাকীয়ে পজিৰুদ্দিন আহমেদক উক্ত ভূমিত কৃষিকাৰ্য কৰিব দিছিল৷

কৃষিভূমিখিনিত বিষাক্ত বিহ দিয়াৰ ফলত শ শ পশু-পক্ষী নিধন হোৱাৰ লগতে বহু পোহনীয়া জীৱ জন্তু, হাহ কুকুৰা, পাৰৰো মৃত্যু ঘটিছিল।

এই ঘটনাক সহজভাৱে সহজভাৱে লৱ পৰা নাই প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় ৰাইজে। এই ঘটনাক স্থানীয় লোক সকলে তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাত জড়িত সকলক কৰায়ত্ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

Recent News

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd