• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান,আপোনাৰ ফোনটোও হেকাৰে কৰিব পাৰে হেক! নিশ্চিত হ’বলৈ মন কৰক এই লক্ষণকেইটালৈ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2021 6:13 pm
Fraud_Mgmt_PhoneHack
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু বচা বচা লোকৰ ফোন টেপিং কৰাৰ কথাই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে।

বিভিন্ন উদ্দেশ্যলৈ এতিয়া হেকাৰে যিকোনো মানুহৰেই ফোন হেক কৰিব পাৰে। হেক হ’ব পাৰে মোৰ বা আপনাৰো ফোনটোও! কিন্তু কিদৰে জানিব আপোনাৰ ফোনটো হেক হোৱাৰ কথা ?

Apply Now

এয়া জানিবলৈ আপুনি আপোনাৰ ফোনটোৰ ক্ষেত্ৰত এই লক্ষণকেইটালৈ মন কৰক।
ফোন বেটাৰী সঘনাই নিস্তেজ হৈ পৰা
ফোন এটা হেক হোৱাৰ এটা প্ৰধান লক্ষণ হৈছে ফোনৰ বেটাৰী সঘনাই ল’ অৰ্থাৎ নিস্তেজ হৈ পৰা। ফোনৰ বেটাৰী যদি আপুনি ফোনটো বেছি ব্যৱহাৰ নকৰাৰ পিছতো ল’ হৈ পৰে তেন্তে বিষয়টোকলৈ আপুনি কিছু সতৰ্ক হোৱা উচিৎ হ’ব। এই ক্ষেত্ৰত আপুনি আপোনাৰ ফোনটোত কিবা অনাৱশ্যকীয় এপ নিজে নিজে সোমাই পৰিছে নেকি সেয়া পৰীক্ষা কৰক।
ফোনত ডাউনলোড নকৰা এপ
ফোন হেক কৰাৰ বাবে হেকাৰে আপোনাৰ মোবাইল ফোনটোত আপোনাৰ অজ্ঞাতেই কিছুমান ডাউনলোড
কৰা এপ সন্নিবিষ্ট কৰিব পাৰে। এনে এপৰ জৰিয়তে হেকাৰে আপোনাৰ ফোনৰ তথ্য এনে এপৰ জৰিয়তে হেক কৰিব পাৰে।
ফোনটো অতি বেছি মন্থৰ হৈ পৰিলে
আপোনাৰ ফোনটো যদি বিশেষ কোনো কাৰণ নোহোৱাকৈয়ে মন্থৰ হৈ পৰে তেন্তে আপুনি ফোনটো হেক হোৱাৰ আশংকা কৰাটো ভুল নহ’ব। এই ক্ষেত্ৰত হেকাৰে ব্যৱহাৰ কৰা মালৱেৰৰ বাবে ফোনটো মন্থৰ হৈ পৰিব পাৰে।
মোবাইল ডাটা অতি দ্ৰুতগতিত শেষ হ’লে
আপুনি মোবাইল ডাটা বিশেষ ব্যৱহাৰো কৰা নাই অথচ আপোনাৰ মোবাইলৰ ডাটা দ্ৰুত গতিত শেষ হৈ গৈছে। এনে পৰিস্থিতিত হেকাৰে আপোনাৰ ফোনটো হেক কৰাৰ আশংকা থাকে। হেকাৰে ব্যৱহাৰ কৰা বিভিন্ন এপে আপোনাৰ মোবাইলৰ ডাটা শেষ কৰিব পাৰে।
মোবাইল ফোনৰ স্ক্ৰীণত পপ আপ দেখিবলৈ পালে
আপোনাৰ মোবাইল ফোনৰ স্ক্ৰীণত যদি কেতবোৰ অবাঞ্চিত পপ আপ দেখিবলৈ পায় তেন্তে সেয়া ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে। এই ক্ষেত্ৰত তেনে লিংকত কেতিয়াও ক্লিক নকৰিব।
গেলাৰীত আপুনি কেতিয়াও ডাউনলোড নকৰা অথবা নোতোলা ফটো আদি দেখিলে
আপুনি যদি ফোনৰ গেলাৰীত কেতিয়াও নোতোলা অথবা ডাউনলোড নকৰা ফটো আদি দেখিবলৈ পায় তেন্তে সেয়াও ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল আপোনাৰ ফোনৰ কেমেৰাটো আন কোনোৱাই গোপনে ব্যৱহাৰ কৰি আছে।

ফ্লাছ লাইট অন হ’লে
আপুনি আপোনাৰ মোবাইল ফোনটোৰ ফ্লাছ লাইট অন নকৰাৰ পিছতো যদি সেয়া প্ৰায়ে নিজে নিজে অন হৈ যায় তেন্তে ফোনটো হেক হোৱাৰ ইও এটা লক্ষণ হ’ব পাৰে। অৰ্থাৎ আপুনি নজনাকৈয়ে আন কোনোৱাই আপোনাৰ ফোনটো ব্যৱহাৰ কৰি থাকিব পাৰে।
ফোনটো অত্যধিক গৰম হৈ থাকিলে
কোনো কাৰণ নোহোৱকৈয়ে যদি আপোনাৰ ফোনটো অত্যধিক গৰম হৈ পৰে তেন্তে ফোন হেক হোৱাৰ ইয়ো এটা লক্ষণ হ’ব পাৰে।ফোনটো ব্যনহাৰ নকৰাৰ পিছতো ফোনটো গৰম হৈ পৰাটো হেকিঙৰে লক্ষণ।
অজ্ঞাত নম্বৰলৈ ফোন কৰা দেখুৱালে
আপোনাৰ ফোনৰ কল হিষ্টৰীত যদি আপুনি কেতিয়াও ফোন নকৰা ফোন নম্বৰ দেখিবলৈ পায় তেন্তে এয়াও ফোন হেকিঙৰ লক্ষণ। তদুপৰি যদি আপোনাৰ ফোনৰ পৰা কোনো অজ্ঞাত লোকলৈ কোনো মেছেজ পঠিওৱা আপুনি দেখিবলৈ পায় সেয়াও ফোনটো হেক হোৱাৰ লক্ষণ হ’ব পাৰে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd