• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক বিকাশৰ দিশত চীন-আমেৰিকাৰ সৈতে ২০৪৭ চনতহে ভাৰতে ফেৰ মাৰিবলৈ সক্ষম হ’ব: মুকেশ আম্বানী

দেশৰ অৰ্থনৈতিক বিকাশৰ মন্ত্ৰ দিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বীয়ে

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2021 7:03 pm
Mukesh-Ambani-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিটো সময়ত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ ধাৰা বিশ্বৰ অগ্ৰনী দেশ সমূহৰ সমপৰ্যায়ৰ বুলি চৰকাৰে দাবী কৰি আহিছে সেই সময়তে দেশৰ এগৰাকী আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীয়ে চৰকাৰৰ দাবীক অসাৰ প্ৰতিপন্ন কৰি কৈছে যে ভাৰতে চীন-আমেৰিকাৰ সৈতে ২০৪৭ চনতহে ফেৰ মাৰিবলৈ সক্ষম হ’ব।

ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ ৩০ বৰ্ষপূৰ্তিৰ দিনাই বিশিষ্ট উদ্যোগপতি গৰাকীয়ে কয় যে ভাৰতৰ অৰ্থনীতিৰ পিৰামিডটোৰ একেবাৰে তলৰ পৰাই ভাৰতীয় আৰ্হিত সংস্কাৰ সাধন হ’ব লাগিব। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ গৰাকীয়ে ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ ৩০ বছৰ উপলক্ষে লিখা এটা স্তম্ভত এই বুলি কৈছে যে সৱল অৰ্থনৈতিক সংস্কাৰৰ পন্থা গ্ৰহণ কৰাৰ বাবেহে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ১৯৯১ চনত পূৰ্বতকৈ ১০ গুণ বৃদ্ধি পাই ২৬৬ বিলিয়ন মাৰ্কিন ডলাৰ হৈছিল।

Apply Now

১৯৯১ চনত ভাৰতৰ নাটনিৰ অৰ্থনীতিয়ে ২০২১ চনত পৰ্যাপ্ত অৰ্থনীতিৰ ৰূপ গ্ৰহণ কৰিছে যদিও এতিয়াও ভালেখিনি কৰণীয় আছে বুলি তেওঁ উল্লেখ কৰিছে।ভাৰতীয় অৰ্থনীতিয়ে ২০৫১ চনৰ ভিতৰত সমৃদ্ধিৰ অৰ্থনীতি হ’ব লাগিব বুলিও তেওঁ কয়।

অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত থকা জঞ্জাল, পূজিৰ বিনিয়োগ আদিৰ ক্ষেত্ৰত থকা বাবোৰ আঁতৰি যোৱাৰ বাবে অৰ্থনীতিয়ে নৰূপ লাভ কৰা বুলিও তেওঁ উল্লেখ কৰিছে।

বিগত চাৰিটা দশক ধৰি অৰ্থনীতিত আধিপত্য বিস্তাৰ কৰি থকা ৰাজহুৱা খণ্ডৰ সলনি ব্যক্তিগত খণ্ডক গুৰুত্ব দিয়াত অৰ্থনীতিয়ে বিশেষ গতি লাভ কৰা বুলিও আম্বানীয়ে তেওঁৰ লেখাটোত উল্লেখ কৰিছে।এনেবোৰ সংস্কাৰে দেশৰ অৰ্থনীতিক বিশ্বৰ পঞ্চম অৰ্থনীতিত পৰিণত কৰা বুলিও তেওঁ কয়।

একেদৰে অৰ্থনৈতিক সংস্কাৰৰ বাবেই দেশৰ জনসংখ্যা পূৰ্বৰ ৮৮ কোটিৰ পৰা বৃদ্ধি পাই ১৩৮ কোটি হোৱা সত্বেও হ্ৰাস পোৱা বুলি আম্বানীয়ে উল্লেখ কৰিছে।

আম্বানীয়ে পৰম প্ৰত্যাশাৰে কয় যে ২০৪৭ চনত ভাৰতীয় যেতিয়া স্বাধীনতাৰ শতবাৰ্ষিকী পালন কৰিব তেতিয়া হয়তো ভাৰতে চীন-আমেৰিকাৰ সৈতে ফেৰ মাৰি বিশ্বৰ তৃতীয় অৰ্থনীতি হ’ব পাৰিব।

ব্যক্তিগত সম্পদ বৃদ্ধিয়েই প্ৰকৃত বৃদ্ধি নহয় বুলি মন্তব্য কৰি আম্বানীয়ে কয় যে সকলোৰে বাবে শিক্ষা. সকলোৰে বাবে স্বাস্থ্য,সকলোৰে বাবে কৰ্মসংস্থাপন, পৰিবেশৰ সুৰক্ষা,ক্ৰীড়া-সংস্কৃতিৰ উন্নয়ন আদিয়েহে দেশৰ প্ৰকৃত উন্নয়নৰ ছবি খন স্পষ্ট কৰিব বুলি আম্বানীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।ঔদ্যোগিক খণ্ডৰ উন্নয়নৰ জৰিয়তে দেশৰ ঘৰুৱা বজাৰ বৃদ্ধিৰ বিষয়তো তেওঁ গুৰুত্ব দিয়ে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd