• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, কাইলৈ অনুষ্ঠিত হ’ব বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2021 4:33 pm
Screenshot_20210727-143747-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদ তুংগত থকাৰ সময়তে অসম তথা মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয়ক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

কাইলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে দিল্লীত উপস্থিত হৈ সীমা বিবাদ  নিষ্পত্তিৰ বাবে গৃহ মন্ত্ৰী শ্বাহৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

Apply Now

উল্লেখ্য কেন্দ্ৰীয় গৃহ সচিবৰ নিৰ্দেশ অনুসৰি আজি অসম তথা মিজোৰামৰ মুখ্য সচিব দ্বয়ে দিল্লীত উপস্থিত হৈ বিশেষ বৈঠকত মিলিত হৈছে।

সীমা সমস্যাৰ আশু সমাধান সূত্ৰ বিচাৰি আজি কেন্দ্ৰীয় গৃহ দপ্তৰে অসম তথা মিজোৰামৰ দুই মুখ্য সচিবক দিল্লীলৈ মাতি পঠিয়ায়।

সেইমৰ্মে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পুৱাই দিল্লীলৈ উৰা মাৰে।

কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ নিৰ্দেশ অনুসৰি মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চৌংগয়ো দিল্লীলৈ গৈছে।

উল্লেখ্য অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত এতিয়ালৈকে ছজন আৰক্ষীৰ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু ঘটিছে।

সীমান্তত এতিয়াও পৰিস্থিতি জটিল হৈয়ে আছে।

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ কামনা কৰিছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ সচিবে দুই ৰাজ্যৰ মুখ্য সচিব দুগৰাকীক দিল্লীলৈ মাতি পঠিয়ায়।

ইপিনে সীমান্তত গুলীচালনাৰ ঘটনাটোকলৈ মিজোৰামে এতিয়াও অসমকে দোষাৰোপ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd