• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Taliban Terror: কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰিলে তালিবানে; প্ৰতিবাদত চাকৰি এৰিলে ৭০ অধ্যাপকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2021 9:11 am
Kabul university vc expelled

ফাইল ফটো: টুইটাৰৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Taliban Terror: তালিবানৰ শাসনে আফগানিস্তানত শিক্ষা ব্যৱস্থাৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। ছাত্ৰ-ছাত্ৰী একেলগে অধ্যয়ন কৰিব নোৱাৰাৰ ফতোৱা পূৰ্বেই জাৰি কৰা হৈছে। এইবাৰ উপাচাৰ্য সলনিৰ সিদ্ধান্তও ল’লে মৌলবাদী শাসকগোষ্ঠীয়ে।

কাবুল বিশ্ববিদ্যালয়ৰ অধ্যাপকসকল তালিবান চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত প্ৰতিবাদত সৰৱ হৈ পৰিছে।

কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা বিশিষ্ট শিক্ষাবিদ ওচমান বাবুৰিক বৰ্খাস্ত কৰা হৈছে। তেওঁৰ সলনি তালিবানৰ ঘনিষ্ঠ মহম্মদ আশ্ৰফ ঘাইৰতক নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে।

Apply Now

ইয়াৰ পাছতে বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলে দল বান্ধি পদত্যাগ কৰিবলৈ আৰম্ভ কৰে। এতিয়ালৈকে বিশ্ববিদ্যালয়খনৰ ৭০গৰাকী অধ্যাপকে পদত্যাগ কৰিছে।

বাতৰি অনুসৰি, তালিবান প্ৰশাসনৰ সিদ্ধান্তৰ প্ৰতিবাদত বৃহস্পতিবাৰে কাবুল বিশ্ববিদ্যালয়ৰ কমেও ৭০গৰাকী অধ্যাপকে পদত্যাগ কৰিছে।

বিশ্বাদ্যালয়খনৰ পদত্যাগী অধ্যাপকসকলৰ মাজত কেইবাগৰাকীও বিভাগীয় মুৰব্বীও আছে।

অধ্যাপকসকলৰ অভিযোগ যে উপাচাৰ্য হিচাপে বাবুৰি অতি শিক্ষিত আৰু যোগ্য ব্যক্তি আছিল। এগৰাকী পিএইচডি ডিগ্ৰীধাৰী বাবুৰিৰ স্থানত বহুওৱা হৈছে কলাৰ স্নাতক ঘাইৰতক।

আৰু পঢ়ক: Sipajhar Eviction:গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক গ্ৰেপ্তাৰ

তালিবান চৰকাৰৰ এনে সিদ্ধান্তই বিশ্ববিদ্যালয়খনৰ ভাৱমূৰ্তি তথা মৰ্যাদা হানি কৰা বুলি দাবী কৰে অধ্যাপকসকলে।

ইপিনে, তালিবান চৰকাৰে ঘাইৰতক স্থায়ী নহয়, সাময়িকভাৱে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া বুলিহে দাবী কৰিছে।

ঘাইৰত ইয়াৰ পূৰ্বে আফগান চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ এগৰাকী মজলীয়া পৰ্যায়ৰ বিষয়া আছিল। সেই সময়ত ইছলামিক শিক্ষা প্ৰসাৰৰ দায়িত্বত থকাৰ সূত্ৰে তেওঁৰ তালিবানৰ সৈতে যোগাযোগ হৈছিল।

সেই ঘাইৰতকে এইবাৰ উপাচাৰ্যৰ পদত বহুওৱাৰ বাবে আফগানিস্তানৰ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd