• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱৰ পিছত এইবাৰ ছট্টিশগড়ত কংগ্ৰেছত গৃহ কন্দল!১৫ জনতকৈ অধিক বিধায়কে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 30, 2021 5:45 pm
148
VIEWS
Share on FacebookShare on Twitter

দেশৰ তিনি খন ৰাজ্যত এতিয়া কংগ্ৰেছৰ চৰকাৰ।

কিন্তু তিনিও খন ৰাজ্যতে কংগ্ৰেছত চলিছে গৃহ কন্দল।

শেহতীয়াকৈ পঞ্জাৱত কংগ্ৰেছ গৃহ কন্দলত বিধ্বস্তপ্ৰায় হোৱাৰ পিছত এইবাৰ ছট্টিশগড়তো কংগ্ৰেছত সংকটে দেখা দিছে।

ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেওৰ মাজত চলি থকা দীৰ্ঘ দিনীয়া সংঘাতে যেন এতিয়া বিস্ফোৰণমুখী হৈ পৰিছে।

সেইবাবেই আজি ছট্টিশগড়ৰ কমেও ১৫ গৰাকী বিধায়কে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে।

বিধায়কসকলে ৰাহুল গান্ধীৰ সৈতে কি কথা পাতিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও এই সাক্ষাতৰ আঁৰত যে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিবাদ জৰিত হৈ আছে সেয়া অনুমান কৰা হৈছে।

ছট্টিশগড়ত কংগ্ৰেছে চৰকাৰ গঠনৰ পূৰ্বে এই চুক্তিত উপনীত হৈছিল যে পাঁচবছৰীয়া কাৰ্যকালত ভূপেশ বাঘেলাই ৰাজ্য খনত আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত অধিষ্ঠিত হৈ থাকিব আৰু বাকী আঢ়ৈ বছৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেও মুখ্যমন্ত্ৰী হ’ব।

কিন্তু ভূপেশ বাঘেলাই তেওঁৰ মুখ্যমন্ত্ৰীৰ চকী খন এৰি দিয়াৰ নামেই নোলোৱাত এতিয়া স্বাস্থ্যমন্ত্ৰীৰ সৈতে সংঘাত তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত ছট্টিশগড়তো কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd